অসমীয়া: পুলিবৰ কচু গাঁওৰ জীৱন ফুকনৰ ঘৰত সংৰক্ষিত প্ৰায় ২৫০-৩০০ বছৰ পুৰণি সাঁচিপতিয়া পুথি(কীৰ্তন পুথি)।অঞ্চলটোৰ স্থানীয় যুৱক লক্ষ্যজিত গোহাঁইয়ে এই সাঁচিপতিয়া পুথিসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত কেতবোৰ বিশেষ পদক্ষেপ হাতত লৈছে।
English: There is an impressive collection of Sanchipatia manuscripts dating back 250–300 years at Jibon Phukan's
House which is situated at Pulibor, Kosu Gaon,Golaghat,Assam.Lakhyajeet Gohain, a local youth, has spearheaded conservation efforts to safeguard these invaluable Sanchipatia Manuscripts.
একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰৰ আওতাত বিতৰণ কৰিব পাৰে।