চিৰিলিক লিপি হৈছে পূব ইউৰোপ, উত্তৰ এছিয়া আৰু মধ্য এছিয়াত ভৌগোলিকভাৱে ব্যৱহৃত এক অধ্বনিগত বৰ্ণানুক্ৰমিক লিপি। বৰ্তমান চিৰিলিক লিপি ১২খন দেশৰ ৰাষ্ট্ৰীয় লিপি আৰু বিশ্বৰ ৫ম সৰ্বাধিক ব্যৱহৃত লিখন ব্যৱস্থা। ২০০৭ চনৰ ১ জানুৱাৰীত বুলগেৰিয়াই ইউৰোপীয় সংঘত যোগদান কৰাৰ লগে লগে চিৰিলিক লেটিন আৰু গ্ৰীক বৰ্ণমালাৰ পিছত ইউৰোপীয় সংঘৰ তৃতীয় চৰকাৰী লিপি হিচাপে পৰিগণিত হয়।[1]

চিৰালিক লিপি
প্ৰকাৰ অশব্দীয় বৰ্ণমালা লিপি
ভাষা ৰুছ ভাষা, ইউক্ৰেনীয়ান ভাষা, বেলাৰুচীয়ান ভাষা, বুলগেৰীয়ান ভাষা, কিৰগিজ ভাষা, কাজাখ ভাষা, মংগোলীয়ান ভাষা, ছাৰ্বিয়ান ভাষা, তাজিক ভাষা
সময় ৯৪০ৰ পৰা বৰ্তমান পৰ্যন্ত
মাতৃ লিপি
মিচৰীয় হায়াৰোগ্লিফিক
ভগ্নী লিপি ৰোমান লিপি
জৰ্জীয় লিপি
আৰ্মেনীয়ান লিপি
ISO 15924 Cyrl, 220
  Cyrs (Old Church Slavonic variant)
দিশ বাওঁৰ পৰা সোঁ
ইউনিক'ড নাম Cyrillic
ইউনিক'ড ৰে'ঞ্জ
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে।

২০১১ চনলৈকে বিশ্বৰ আৰু বিশেষকৈ ইউৰেছিয়াত ২৫ কোটি ২০ লাখ মানুহে এই লিপিক নিজৰ নিজৰ ভাষাৰ স্বীকৃতিপ্ৰাপ্ত লিপি হিচাপে ব্যৱহাৰ কৰে। কিন্তু ইয়াৰে আধাতকৈ অধিক ৰাছিয়ান। ৰাছিয়ান, ইউক্ৰেইনিয়ান, বেলাৰুছিয়ান, বুলগেৰিয়ান, কিৰ্গিজ, কাজাখ, মংগোলিয়ান, ছাৰ্বিয়ান আৰু তাজিক ভাষা লিখিবলৈ ছিৰিলিক লিপি ব্যৱহাৰ কৰা হয়। ইয়াৰ বাহিৰেও টাটাৰ ভাষা, উজবেক ভাষা, আজাৰবাইজান ভাষা, ৰোমানিয়ান ভাষা আৰু তুৰ্কমেন ভাষা লিখিবলৈ এসময়ত চিৰিলিক লিপি ব্যৱহাৰ কৰা হৈছিল, কিন্তু এতিয়া ব্যৱহাৰ কৰা নহয়।

U+ 0 1 2 3 4 5 6 7 8 9 A B C D E F
0400 Ѐ Ё Ђ Ѓ Є Ѕ І Ї Ј Љ Њ Ћ Ќ Ѝ Ў Џ
0410 А Б В Г Д Е Ж З И Й К Л М Н О П
0420 Р С Т У Ф Х Ц Ч Ш Щ Ъ Ы Ь Э Ю Я
0430 а б в г д е ж з и й к л м н о п
0440 р с т у ф х ц ч ш щ ъ ы ь э ю я
0450 ѐ ё ђ ѓ є ѕ і ї ј љ њ ћ ќ ѝ ў џ
0460 Ѡ ѡ Ѣ ѣ Ѥ ѥ Ѧ ѧ Ѩ ѩ Ѫ ѫ Ѭ ѭ Ѯ ѯ
0470 Ѱ ѱ Ѳ ѳ Ѵ ѵ Ѷ ѷ Ѹ ѹ Ѻ ѻ Ѽ ѽ Ѿ ѿ
0480 Ҁ ҁ ҂  ҃  ҄  ҅  ҆  ҇  ҈  ҉ Ҋ ҋ Ҍ ҍ Ҏ ҏ
0490 Ґ ґ Ғ ғ Ҕ ҕ Җ җ Ҙ ҙ Қ қ Ҝ ҝ Ҟ ҟ
04A0 Ҡ ҡ Ң ң Ҥ ҥ Ҧ ҧ Ҩ ҩ Ҫ ҫ Ҭ ҭ Ү ү
04B0 Ұ ұ Ҳ ҳ Ҵ ҵ Ҷ ҷ Ҹ ҹ Һ һ Ҽ ҽ Ҿ ҿ
04C0 Ӏ Ӂ ӂ Ӄ ӄ Ӆ ӆ Ӈ ӈ Ӊ ӊ Ӌ ӌ Ӎ ӎ ӏ
04D0 Ӑ ӑ Ӓ ӓ Ӕ ӕ Ӗ ӗ Ә ә Ӛ ӛ Ӝ ӝ Ӟ ӟ
04E0 Ӡ ӡ Ӣ ӣ Ӥ ӥ Ӧ ӧ Ө ө Ӫ ӫ Ӭ ӭ Ӯ ӯ
04F0 Ӱ ӱ Ӳ ӳ Ӵ ӵ Ӷ ӷ Ӹ ӹ Ӻ ӻ Ӽ ӽ Ӿ ӿ
0500 Ԁ ԁ Ԃ ԃ Ԅ ԅ Ԇ ԇ Ԉ ԉ Ԋ ԋ Ԍ ԍ Ԏ ԏ
0510 Ԑ ԑ Ԓ ԓ Ԕ ԕ Ԗ ԗ Ԙ ԙ Ԛ ԛ Ԝ ԝ Ԟ ԟ
0520 Ԡ ԡ Ԣ ԣ Ԥ ԥ Ԧ ԧ Ԩ ԩ Ԫ ԫ Ԭ ԭ Ԯ ԯ
2DE0
2DF0 ⷿ
A640
A650
A660
A670  ꙰  ꙱  ꙲
A680
A690

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Orban, Leonard (24 May 2007). "Cyrillic, the third official alphabet of the EU, was created by a truly multilingual European". European Union. http://europa.eu/rapid/press-release_SPEECH-07-330_en.pdf। আহৰণ কৰা হৈছে: 3 August 2014.