চুনীবালা হান্সদা
চুনীবালা হান্সদা ঝাৰখণ্ড পাৰ্টি (নৰেন)ৰ সৈতে জড়িত পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেখেত ঝাৰখণ্ড পাৰ্টি (নৰেন)ৰ সভানেত্ৰী।[1]
চুনীবালা হান্সদা | |
---|---|
পশ্চিম বংগ বিধানসভা সমষ্টি | |
কাৰ্যকাল ২০০০ – ২০০১ | |
পূৰ্বসূৰী | নৰেন হান্সদা |
উত্তৰসূৰী | শম্ভু নাথ মাণ্ডী |
সমষ্টি | বিনপুৰ |
কাৰ্যকাল ২০০৬ – ২০১১ | |
পূৰ্বসূৰী | শম্ভু নাথ মাণ্ডী |
উত্তৰসূৰী | দিবাকৰ হান্সদা |
সমষ্টি | বিনপুৰ |
ব্যক্তিগত তথ্য | |
ৰাজনৈতিক দল | ঝাৰখণ্ড পাৰ্টি (নৰেন) |
দাম্পত্যসঙ্গী | নৰেন হান্সদা |
জীৱনী
সম্পাদনা কৰকহান্সদাৰ স্বামী নৰেন হান্সদা পশ্চিম বংগ বিধানসভাৰ বিধায়ক আছিল আৰু তেওঁলোকৰ কন্যা বীৰবাহা হান্সদা হৈছে এগৰাকী চাঁওতালি চলচ্চিত্ৰ অভিনেত্ৰী।[2]
২০০০ চনত হান্সদা বিনপুৰৰ পৰা পশ্চিম বংগ বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।[3] পৰৱৰ্তী সময়ত তেওঁ ২০০৬ চনত এই একেটা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হৈছিল।[4]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "জোট গড়ে ভোটে ঝাড়খণ্ডী দুই দল" (bn ভাষাত). Anandabazar Patrika. 28 March 2019. https://www.anandabazar.com/district/midnapore/lok-sabha-election-2019-two-jharkhandi-party-allied-to-contest-election-1.972000। আহৰণ কৰা হৈছে: 8 January 2020.
- ↑ "পাৰ্বতীপুৰে ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী বীৰবাহা হাঁসদা" (bn ভাষাত). Janakantha. 25 March 2018. http://web.dailyjanakantha.com/details/article/336473/পাৰ্বতীপুৰে-ভাৰতীয়-চলচ্চিত্ৰ-অভিনেত্ৰী-বীৰবাহা-হাঁসদা/। আহৰণ কৰা হৈছে: 8 January 2020.[সংযোগবিহীন উৎস]
- ↑ "Trinamul takes a beating in WB by-polls". rediff.com. 25 February 2000. https://m.rediff.com/news/2000/feb/25wb.htm। আহৰণ কৰা হৈছে: 8 January 2020.
- ↑ "General Elections, India, 2006, to the Legislative Assembly of West Bengal". Constituency-wise Data. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/SE_2006/StatReport_WB_2006.pdf। আহৰণ কৰা হৈছে: 19 October 2014.