চেবুআন' ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চেবুআন' সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 53,37,110 প্ৰবন্ধ আছে।

Favicon of Wikipedia চেবুআন' ৱিকিপিডিয়া
Wikipedia-logo-v2-ceb.svg
ইউ আৰ এল ceb.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা চেবুআন' ভাষা
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যাসম্পাদনা কৰক

২০২০ চনত চেবুআন' ৱিকিপিডিয়াৰ ৫৩,৩৭,১১০ টা প্ৰবন্ধ, ৭২,০০০ গৰাকী সম্পাদক, ৬ গৰাকী প্ৰশাসক আৰু ০ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ২,৯৭,৯১,১৭৫।[1]

বাহ্যিক সংযোগসম্পাদনা কৰক

চেবুআন' ৱিকিপিডিয়া

তথ্য সংগ্ৰহসম্পাদনা কৰক