ছগনলাল জৈন সাহিত্য বঁটা
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ছগনলাল জৈন বঁটা (Saganlal Jain Award): ছগনলাল জৈন বঁটা (Saganlal Jain Award) হৈছে অসম সাহিত্য সভা (Asom Sahitya Sabha)ই প্ৰদান কৰা এটি সাহিত্য সন্মান।
অসম সাহিত্য সভাই প্ৰতি ৫ বছৰৰ মূৰে মূৰে এই ছগনলাল জৈন বঁটা প্ৰদান কৰি আহিছে৷ বিগত ১০টা বছৰত প্ৰকাশিত মৌলিক গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হয়৷ এই বঁটাৰ লগত আছে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু ৫০ হাজাৰ টকাৰ চেক। বৰ্তমানলৈকে এই বঁটা লাভ কৰা ব্যক্তিসকল হ’ল— অনিল ৰায়চৌধুৰী, ৰবীন্দ্ৰ বৰা, পূৰবী বৰমুদৈ, নলিনীধৰ ভট্টাচাৰ্য আৰু ড০ শিবনাথ বৰ্মন।