ছাইহা জিলা

ভাৰতৰ মিজোৰাম ৰাজ্যৰ এক জিলা

ছাইহা জিলা, ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰৰ এখন জিলা। জিলাখনৰ উত্তৰ-পশ্চিমে লুংলে জিলা; উত্তৰ আৰু পশ্চিমে লঙট্লাই জিলা আৰু দক্ষিণ আৰু পূবে ম্যানমাৰ। জিলাখনৰ আয়তন হৈছে ১৩৯৯.৯ কিলোমিটাৰ। ছাইহা চহৰখন মাৰা স্বায়ত্তশাসিত জিলা পৰিষদৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়।[2]

লুংলে জিলা
মিজোৰামত ছাইহা জিলাৰ অৱস্থান
মিজোৰামত ছাইহা জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মিজোৰাম
চহৰ ছাইহা
চৰকাৰ
 • লোকসভা কেন্দ্ৰ মিজোৰাম লোকসভা কেন্দ্ৰ
কালি
 • মুঠ
1,399 km2 (540 sq mi)
জনসংখ্যা
 (২০১১)
 • মুঠ
56,574
 • ঘনত্ব 40/km2 (100/sq mi)

তথ্য সংগ্ৰহ

সম্পাদনা কৰক