ছাইহা জিলা

ভাৰতৰ মিজোৰাম ৰাজ্যৰ এক জিলা

ছাইহা জিলা, ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰৰ এখন জিলা। জিলাখনৰ উত্তৰ-পশ্চিমে লুংলে জিলা; উত্তৰ আৰু পশ্চিমে লঙট্লাই জিলা আৰু দক্ষিণ আৰু পূবে ম্যানমাৰ। জিলাখনৰ আয়তন হৈছে ১৩৯৯.৯ কিলোমিটাৰ। ছাইহা চহৰখন মাৰা স্বায়ত্তশাসিত জিলা পৰিষদৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়।[2]

লুংলে জিলা
—  মিজোৰামৰ জিলা  —
মিজোৰামত ছাইহা জিলাৰ অৱস্থান
মিজোৰামত ছাইহা জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মিজোৰাম
Established
চহৰ ছাইহা
মাটিকালি
 - মুঠ ১,৩৯৯ কি.মি. 
(৫৪০.২ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ৫৬,৫৭৪ জন
 - জনঘনত্ব ৪০.৪ প্ৰতি বৰ্গ কি.মি. 
(১০৪.৭ প্ৰতি বৰ্গ মাইল)
Demographics
 - সাক্ষৰতা 95.10%[1]
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+০৫:৩০)
ৱেবছাইট saiha.nic.in

তথ্য সংগ্ৰহ সম্পাদনা কৰক