ছাম্ফাই জিলা

ভাৰতৰ মিজোৰাম ৰাজ্যৰ এক জিলা


ছাম্ফাই জিলা, ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম। জিলাখনৰ উত্তৰ দিশত মণিপুৰ ৰাজ্যৰ চুৰাচান্দপুৰ জিলা; পশ্চিমে চৈতুৱেল আৰু চেৰচিপ জিলা; দক্ষিণ আৰু পূবে ম্যানমাৰ অৱস্থিত। এই জিলাখনৰ আয়তন হৈছে ৩,১৮৫.৮৩ কিলোমিটাৰ (১,২৩০.০৬ বৰ্গমাইল)। ছাম্ফাই জিলাখনৰ প্ৰশাসনিক সদৰ।[2]

ছাম্ফাই জিলা
—  মিজোৰামৰ জিলা  —
ছাম্ফাই, মিজোৰাম
মিজোৰামত ছাম্ফাই জিলাৰ অৱস্থান
মিজোৰামত ছাম্ফাই জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মিজোৰাম
Established
চহৰ ছাম্ফাই
মাটিকালি
 - মুঠ ৩,১৮৫ কি.মি. 
(১,২২৯.৭ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ১,২৫,৭৪৫ জন
 - জনঘনত্ব ৩৯.৫ প্ৰতি বৰ্গ কি.মি. 
(১০২.৩ প্ৰতি বৰ্গ মাইল)
 - চহৰাঞ্চল ৩৮.৫৯ জন
Demographics
 - সাক্ষৰতা 95.91%[1]
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+০৫:৩০)
ৱেবছাইট champhai.nic.in

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Champhai District : Census 2011 data". census2011.co.in. http://www.census2011.co.in/census/district/389-champhai.html. 
  2. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011.