জাকিৰ খান (১৯৬২/৬৩ – ১৯ অক্টোবৰ ২০১৯) বাংলাদেশৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁ মুঠ ১১ খন বাংলাদেশী চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল।[1][2][3] ২০১৯ চনৰ ১৯ অক্টোবৰত তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ।[4][5][6]

জাকিৰ খান
জন্ম ১৯৬২/৬৩
মৃত্যু ১৯ অক্টোবৰ ২০১৯ (বয়স ৫৬)
ৰাষ্ট্ৰীয়তা বাংলাদেশী
পেচা চলচ্চিত্ৰ পৰিচালক

নিৰ্বাচিত চলচ্চিত্ৰ তালিকা সম্পাদনা কৰক

  • চাৰ অক্ষৰেৰ ভালোবাসা[7]
  • মনেৰ অজান্তে[4]
  • মন চুৰি[4]
  • ৰাঙামন[8]

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. "Director Jakir Khan seeks PM's help" (en ভাষাত). Daily Sun. 11 September 2019. Archived from the original on 19 October 2019. https://web.archive.org/web/20191019154851/https://www.daily-sun.com/post/422592/2019/09/11/Director-Jakir-Khan-seeks-PMs-help। আহৰণ কৰা হৈছে: 19 October 2019. 
  2. "ক্যান্সাৰে আক্ৰান্ত চলচ্চিত্ৰ নিৰ্মাতা জাকিৰ খান" (bn ভাষাত). NTV. 11 September 2019. https://m.ntvbd.com/bangladesh/271969/ক্যান্সাৰে-আক্ৰান্ত-চলচ্চিত্ৰ-নিৰ্মাতা-জাকিৰ-খান। আহৰণ কৰা হৈছে: 19 October 2019. [সংযোগবিহীন উৎস]
  3. "ক্যান্সাৰে আক্ৰান্ত নিৰ্মাতা জাকিৰ খান, প্ৰধানমন্ত্ৰীৰ সহায়তা চায় পৰিবাৰ" (bn ভাষাত). Kaler Kantho. 11 September 2019. https://www.kalerkantho.com/online/entertainment/2019/09/11/813360। আহৰণ কৰা হৈছে: 19 October 2019. 
  4. 4.0 4.1 4.2 "চলচ্চিত্ৰ নিৰ্মাতা জাকিৰ খান আৰ নেই" (bn ভাষাত). Amader Shomoy. 19 October 2019. http://www.dainikamadershomoy.com/post/222444। আহৰণ কৰা হৈছে: 19 October 2019. 
  5. "চিত্ৰপৰিচালক জাকিৰ খান আৰ নেই" (bn ভাষাত). NTV. 19 October 2019. https://m.ntvbd.com/bangladesh/279505/চিত্ৰপৰিচালক%20জাকিৰ%20খান%20আৰ%20নেই। আহৰণ কৰা হৈছে: 19 October 2019. [সংযোগবিহীন উৎস]
  6. "চলচ্চিত্ৰ নিৰ্মাতা জাকিৰ খান আৰ নেই" (bn ভাষাত). Manabzamin. 19 October 2019. http://www.m.mzamin.com/article.php?mzamin=195286। আহৰণ কৰা হৈছে: 19 October 2019. 
  7. "চাৰ অক্ষৰেৰ ভালোবাসায় দেখা মিলবে পপিৰ" (bn ভাষাত). Prothom Alo. 18 November 2014. https://m.prothomalo.com/entertainment/article/374164। আহৰণ কৰা হৈছে: 19 October 2019. [সংযোগবিহীন উৎস]
  8. "ফ্ৰেমে বন্দী দুই প্ৰজন্মেৰ দুই তাৰকা" (bn ভাষাত). Banglanews24.com. 27 April 2014. Archived from the original on 19 October 2019. https://web.archive.org/web/20191019154849/https://m.banglanews24.com/entertainment/news/bd/285542.details। আহৰণ কৰা হৈছে: 19 October 2019.