জাগীৰোড
জাগীৰোড (ইংৰাজী: Jagiroad /ˈdʒʌɡɪˌroʊd/ ) ভাৰতৰ অসমত অৱস্থিত মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ। এই অঞ্চলটো কাগজ কলৰ বাবে প্ৰসিদ্ধ। তদুপৰি ইয়াৰ শুকান মাছৰ বজাৰো জনাজাত। এই অঞ্চলটোক পূৰ্বতে নখোলা নামেৰে জনা গৈছিল, ব্ৰিটিছৰ শাসনকালত ইয়াৰ মাজেৰে পাৰ হৈ যোৱা 'জাগী' নামৰ বাটটোৰ বাবে ইয়াক 'জাগীৰোড'লৈ পৰিৱৰ্ত্তন কৰা হয়।
জাগীৰোড | |
---|---|
— নগৰ — | |
ভৌগোলিক স্থানাংক: 26°12′28″N 92°24′22″E / 26.207815°N 92.406006°Eস্থানাংক: 26°12′28″N 92°24′22″E / 26.207815°N 92.406006°E | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | মৰিগাঁও জিলা |
জনসংখ্যা (২০০১) | |
- মুঠ | ১৭,২৫৪ জন |
ভাষা | |
- চৰকাৰী | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
PIN | 782410 |
Telephone code | +913678 |
জনসংখ্যাসম্পাদনা কৰক
২০০১ চনৰ লোকপিয়ল অনুসৰি,[1] জাগীৰোডৰ জনসংখ্যা ১৭,২৫৪ জন। ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। জাগীৰোডৰ গড় সাক্ষৰতাৰ হাৰ ৭৫%। মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৯% আৰু পুৰুষৰ ৮০%। তথ্য অনুসৰি এই অঞ্চলৰ ১২% জনসংখ্যা বয়স ছয়বছৰৰ অনূৰ্ধ্বৰ।
ৰাজনীতিসম্পাদনা কৰক
অনুগ্ৰহ কৰি এই অংশটো বহলাই লিখক। |
জাগীৰোড নগাঁও (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।[2]
যাতায়তসম্পাদনা কৰক
জাগীৰোডৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ গৈছে। এই অঞ্চলটো মৰিগাঁও পথেৰে মৰিগাঁও জিলাৰ সৈতে সংযুক্ত।
শিক্ষাসম্পাদনা কৰক
অনুগ্ৰহ কৰি এই অংশটো বহলাই লিখক। |
মহাবিদ্যালয়সম্পাদনা কৰক
- জাগীৰোড মহাবিদ্যালয়
উচ্চ মাধ্যমিক বিদ্যালয়সম্পাদনা কৰক
- জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়
- জাগীৰোড এন এফ ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়
- স্বহীদ লক্ষ্মী ডেকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- জ্যোতি নিবাস
- নালন্দা একাডেমী
- কেন্দ্ৰীয় বিদ্যালয়, জাগীৰোড
- শংকৰদেব শিশুবিদ্যা নিকেতন
- জাগীৰোড বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
- কাগজ নগৰ হাইস্কুল
- ইণ্ডাছ একাডেমি
- বিনায়ক একাডেমি
প্ৰাথমিক বিদ্যালয়সম্পাদনা কৰক
- ঘূনুচা হাবি প্ৰাথমিক বিদ্যালয়
- নখোলা গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়
- বিষ্ণু ৰাভা নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়
- ইন্দিৰা নগৰ প্ৰাথমিক বিদ্যালয়
- গুৰিপথাৰ প্ৰাথমিক বিদ্যালয়
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.