সদস্য:নিৰঞ্জন বড়া/জাহাজ

(জাহাজৰ পৰা পুনঃনিৰ্দেশিত)


মালবাহী জাহাজ

জাহাজ (ইংৰাজী: Ship) হৈছে পানীৰ ওপৰেদি যাত্ৰী বা বস্তু লৈ যাব পৰা এক বৃহৎ যান। ব্যৱসায়, প্ৰব্ৰজন আদিত জাহাজে মানুহলৈ বহুত অৱদান আগবঢ়াইছে। যেতিয়া উৰাজাহাজ নাছিলে তেতিয়া পানীয়ে পৃথক কৰা ভূ-খণ্ডৰ মাজত সংযোগ জাহাজৰ মাধ্যমেৰেই হৈছিল।

তথ্যসূত্ৰ সম্পাদনা কৰক