জীৱন কলা জীৱন কলা গ্ৰন্থখন মূলতঃ প্ৰবন্ধ সংকলন৷ কৈশোৰ আৰু বয়ঃসন্ধি কালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰাসংগিক এখন গ্ৰন্থ৷ গ্ৰন্থখনত মুঠ ১৮ টা অধ্যায় আছে৷ প্ৰতিটো অধ্যায়েই মানৱ জীৱনৰ মনস্তত্ত্ব বিষয়ক চিন্তা-চেতনাৰে সমৃদ্ধ৷

জীৱন কলা  
লেখক প্ৰহ্লাদ কুমাৰ বৰুৱা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশ ২০০২
মিডিয়া প্ৰকাৰ মুদ্ৰণ

গ্ৰন্থখনৰ বিষয়সমূহ সম্পাদনা কৰক

  • জীৱনৰ সৌন্দৰ্য
  • জ্ঞানান্বেষণ আৰু অমৰত্ব
  • সপোন দেখিবও জানিব লাগে
  • শিক্ষা, জ্ঞান আৰু উচ্চতৰ জীৱন
  • হিংসা প্ৰতিহিংসা আৰু ৰুচিবোধ
  • প্ৰেম বিশ্বাস আৰু সংশয়
  • তৃপ্তি অতৃপ্তি আৰু বিষাদ
  • বাৰ্ধক্যৰ বেদনা বিড়ম্বনা আৰু উপভোগ
  • ঘৰুৱা পৰিৱেশ আৰু ৰুচিবোধ
  • স্মৃতি বাস্তৱ আৰু বিভ্ৰম
  • জীৱনক গ্ৰহণ কৰাৰ শিক্ষা
  • মনুষ্যত্ব সমাজ আৰু শান্তি
  • জীৱনৰ পৰা আমি কি বিচাৰোঁ
  • সময় গৰল আৰু অমৃত
  • দৰিদ্ৰতা জীৱনৰ অন্তৰায় নহয়
  • জীৱন আৰু যৌৱন
  • জীৱন কলা
  • উপলব্ধিৰ সৰণিত জীৱন কলা

বাহ্যিক সংযোগ সম্পাদনা কৰক