জৈৱ ইন্ধন (ইংৰাজী: Biofuel) হৈছে নৱীকৰণ যোগ্য ইন্ধন বা শক্তিৰ উৎস। যিহেতু জীৱাশ্ম ইন্ধনৰ প্ৰয়োগে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ বৃদ্ধি কৰে গতিকে বিকল্পৰ অন্যতম উপায় হ'ল জৈৱ ইন্ধনৰ প্ৰয়োগ। উদ্ভিদ,পশুৰ চৰ্বীৰ পৰা প্ৰস্তত কৰা ইথানল তথা বায়'ডিজেল হৈছে জৈৱ ইন্ধনৰ উদাহৰণ।

তথ্য সংগ্ৰহসম্পাদনা কৰক