গোটা বস্তুৰ গণনা সম্পাদনা কৰক

অসমীয়া পদ্ধতি সম্পাদনা কৰক

  • ২ টা = ১ যোৰ
  • ৪ টা = ১ গণ্ডা / অঁৰা
  • ২০ গণ্ডা / অঁৰা = ১ পোণ
  • ৫ গণ্ডা = ১ কুৰি
  • ৪ কুৰি = ১ পোণ
  • ১৬ পোণ = ১ কাওণ

পাণৰ হিচাপ সম্পাদনা কৰক

  • ২ খিলা = ১ যোৰ / হলা
  • ২০ খিলা = ১ মুঠা / গুচি
  • ২০ মুঠা / গুচি = ১ টা / ১ গোট

এড়ি মুগাৰ হিচাপ সম্পাদনা কৰক

  • ৪ টা = ১ অঁৰা / গণ্ডা
  • ১৬ আঁৰা = ১ পোণ
  • ২০ আঁৰা = ১ শ
  • ২০ শ = ১ হাজাৰ[1]

সময়ৰ জোখ সম্পাদনা কৰক

  • ১ মিনিট = ৬০ ছেকেণ্ড
  • ১ ঘণ্টা = ৬০ মিনিট = ৩৬০ ছেকেণ্ড
  • ১ দিন = ২৪ ঘণ্টা = ১,৪৪০ মিনিট = ৮৬,৪০০ ছেকেণ্ড
  • ১ সপ্তাহ = ৭ দিন = ১৬৮ ঘণ্টা = ১০,০৮০ মিনিট = ৬,০৪,৮০০ ছেকেণ্ড
  • ১ মাহ = ৩০ দিন = ৪ সপ্তাহ (প্ৰায়) = ৭২০ ঘণ্টা = ৪৩,২০০ মিনিট = ১,৮১,৪৪,০০০ ছেকেণ্ড
  • ১ মিলিছেকেণ্ড = ১ ছেকেণ্ডৰ ১০০ ভাগৰ এভাগ
  • ১ মাইক্ৰোছেকেণ্ড = ১ ছেকেণ্ডৰ ১০ লাখ ভাগৰ এভাগ
  • ১ নেনোছেকেণ্ড = ১ ছেকেণ্ডৰ ১০০ কোটি ভাগৰ এভাগ
  • ১ পিকোছেকেণ্ড - ১ ছেকেণ্ডৰ ১ লাখ কোটি ভাগৰ এভাগ।[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. অসম প্ৰকাশন ভাৰতী; শিশু শিক্ষা সমিতি, অসম (অক্টোবৰ, ২০১৬). কেইটামান সাধাৰণ জোখৰ ধাৰণা. 
  2. "সময়". এদিনৰ দেওবাৰ: ৭ম পৃষ্ঠা. ২৩ ছেপ্তেম্বৰ, ২০০৭.