টিয়ঁহৰ কেক টিয়ঁহক প্ৰাথমিক উপাদান হিচাপে ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এবিধ কেক। অতিৰিক্ত উপাদানসমূহৰ ভিতৰত সাধাৰণ কেকৰ উপাদান যেনে, আটা, চেনি, কণী আৰু বেকিং পাউদাৰ আদি থাকিব পাৰে।[1] ইয়াক ডেজাৰ্ট কেক হিচাপে পৰিৱেশন কৰিব পাৰি[2] আৰু কিছুমান প্ৰকাৰৰ ওপৰত আইচিং দিয়া হয়।[1]

টাৱছ’লি সম্পাদনা কৰক

টিয়ঁহৰ কেকক টাৱছ’লি বা টাউছালি (কণী বিহীন কেক) বুলি ক'ব পাৰি আৰু ই গোৱাৰ খাদ্য সম্ভাৰৰ এক খাদ্য।[3][4] টিয়ঁহ ব্যৱহাৰ কৰি টাৱছ’লি প্ৰস্তুত কৰা হয় আৰু অতিৰিক্ত উপাদানসমূহৰ ভিতৰত চাউল, নাৰিকল, গুড়, ঘিঁউ, কাজু আৰু ইলাচি থাকিব পাৰে।[5][4] কেকৰ ওপৰত হালধিৰ পাত বেক কৰাৰ আগতে ৰাখিব পাৰি, যিয়ে সুগন্ধিযুক্ত কৰে।[3] ইয়াক ব্ৰেকফাষ্টৰ খাদ্য হিচাপে পৰিৱেশন কৰিব পাৰি আৰু ইয়াক ঢোকলাৰ শৈলীত প্ৰস্তুত কৰিব পাৰি আৰু ভাপত দিও প্ৰস্তুত কৰা হয়।[6]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "চিনয়". Archived from the original on 5 December 2015. https://web.archive.org/web/20151205202306/http://www.newindianexpress.com/cities/chennai/Cucumber-Concoctions/2015/05/14/article2812645.ece। আহৰণ কৰা হৈছে: 9 April 2024. 
  2. "মিড ডে ফিষ্ট". https://www.mid-day.com/news/india-news/article/meher-marfatia-column--crosses--a-square-and-blue-circle-16848156। আহৰণ কৰা হৈছে: 9 April 2024. 
  3. 3.0 3.1 "টাৱছ’লি". https://books.google.co.in/books?id=IGeoulo2EBsC&pg=PA121&redir_esc=y#v=onepage&q&f=false। আহৰণ কৰা হৈছে: 9 April 2024. 
  4. 4.0 4.1 "টাৱা". https://timesofindia.indiatimes.com/city/goa/Youngsters-prefer-eating-non-vegetarian-food-finds-survey/articleshow/46817539.cms। আহৰণ কৰা হৈছে: 9 April 2024. 
  5. "খাদ্য". https://www.aayisrecipes.com/breakfast-or-snacks/cucumber-cake-tausalli/। আহৰণ কৰা হৈছে: 9 April 2024. 
  6. "স্বাস্থ্য সন্মত খাদ্য". https://www.vegrecipesofindia.com/baath-cake-recipe/। আহৰণ কৰা হৈছে: 9 April 2024.