বিংশশতিকাৰ দ্বিতীয়াৰ্ধত চিত্ৰায়িত কৰা পৃথিৱীৰ টেক্‌টনিক প্লেটৰ মানচিত্ৰ
পৃথিৱীৰ স্তৰসমূহ (স্কেলমতে নহয়)

টেক্‌টনিক প্লেট (ইংৰাজীPlate tectonics) হৈছে এটা বৈজ্ঞানিক সূত্ৰ যাৰ দ্বাৰা প্ৰায় ৩−৩.৫ বিলিয়ন বছৰ আগতেই আৰম্ভ হোৱা পৃথিৱীৰ শিলাস্তৰত থকা সাতখন বৃহৎ আৰু অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ফলকৰ হোৱা এক বৃহৎ পৰিসৰৰ সঞ্চালনৰ ব্যাখ্যা আগবঢ়াই।

বিবৰণসম্পাদনা কৰক

ভূত্বকীয় পাত মূলত পৃথিবীৰ অভ্যন্তৰৰ গলিত অংশটোৰ সকলোতকৈ বাহিৰৰ আবৰণ। ই প্ৰকৃততে শিলৰ এটা স্তৰ, ইয়াৰ ওপৰতে পৃথিবীৰ উপৰস্থ সকলো অবস্থান কৰিছে।

তথ্য সংগ্ৰহসম্পাদনা কৰক