ড'ৰেমন লেণ্ড জাপানী এনিমেশ্যন অনুষ্ঠান ড'ৰেমনৰ ওপৰত আধাৰিত এটি স্পেনীয় খেলৰ অনুষ্ঠান। এই অনুষ্ঠান ছিক্সটি ডেচিবেল, লুক ইণ্টাৰনেচনেল, আৰু টাৰ্ণেকৰ দ্বাৰা নিৰ্মিত।

Doraemon Land
শৈলী Game show
উপস্থাপক Laura Artolachipi
দেশ Spain
ভাষা Spanish
চিজনৰ সংখ্যা 1
খণ্ডৰ সংখ্যা 11 episodes
প্ৰযোজনা
কাৰ্যবাহী প্ৰযোজক Carlos García Casado (đạo diễn)
Sophie Leclair
Francisco Gratacós
Meritxell Gratacós
Ana González
Monica Chavez
Risto Mejide
Marc Ros
Enrique Darriba
Jesus Ugarte
প্ৰযোজক 60dB
Luk Internacional
Turnek
স্থান David Botello
César Heinrich
দৈৰ্ঘ্য 30 minutes
সম্প্ৰচাৰ
মূল ছেনেল Boing
প্ৰদৰ্শনৰ সময় 19 December, 2014 – present

বুৰঞ্জী সম্পাদনা কৰক

২০১৪ চনৰ দ্বিতীয় চতুৰ্থাংশত স্পেনীয় মিডিয়া দুটা কাৰণত খেলুৱৈৰ প্ৰতি আকৃষ্ট হ'ল-- নিজৰ নাম বইং ৱেবছাইটত পোৱা আৰু ৩০ৰ পৰা ৩১ মে'লৈ ভইচ টেষ্ট কৰা।[1] [2]

প্ৰদৰ্শন সম্পাদনা কৰক

অংশগ্ৰহণ সম্পাদনা কৰক

খেলুৱৈ ১ম খণ্ড ২য় খণ্ড ৩য় খণ্ড ৪থ খণ্ড ৫ম খণ্ড ৬ঠ খণ্ড ৭ম খণ্ড ৮ম খণ্ড ৯ম খণ্ড ১০ম খণ্ড গ্ৰেণ্ড ফিনালে'
এলেছিয়া আৰু মেৰিয়া 3
ছেমুৱেল আৰু ডেনিয়েল 1 ফিনালিষ্ট
ছেনাট' আৰু মেৰিয়া 2
কাৰ'লিনা আৰু আইৰিছ 2
জুৱান আৰু আড্ৰিয়ান 1 ফিনালিষ্ট
ইচাবেল আৰু আলেজেণ্ড্ৰা 3
ইৰিন আৰি লিডিয়া 3
ৰুবেন আৰু এডুৱাৰ্ড' 1 ফিনালিষ্ট
ইউগেনা আৰু কাৰ্মেন 2
জাউমে আৰু লৰ্ডেছ 3
মাৰিয়া আৰু ৰেকুৱেল 1 ফিনালিষ্ট
পাউলা আৰু জআকুইন 2
ক্লাউডিয়া আৰু পাউলা 3
য়াইজা আৰু লিবে 2
আড্ৰিয়ানা আৰু পাউলা 1 ফিনালিষ্ট
উনাই আৰু জঞ্জাল' 2
ইৰিন আৰু লাউৰা 1 ফিনালিষ্ট
জেইমে আৰু ডাৰিয়' 3
এণ্ড্ৰিয়া আৰু এলেজেণ্ড্ৰা 2
ৰেফেল আৰু খ্ৰীষ্টান 3
জুৱান আৰু হুগ' 1 ফিনালিষ্ট
ইলয় আৰু য়াগ' 2
নাটালিয়া আৰু আল্বা 1 বিজয়ী
নআহ আৰু আনা 3
ৰুবেন আৰু আড্ৰিয়ান 3
এণ্ট'নিয়' আৰু মাৰিয়া 2
আড্ৰিয়ানা আৰু আল্ভাৰ' 1 ফিনালিষ্ট
জৰ্গ আৰু নিকলাছ 2
ৰৰ্ডিগ' আৰু গঞ্জাল' 1 ফিনালষ্ট
আড্ৰিয়ান আৰু ডানিয়াল 3

তথ্য সংগ্ৰহ সম্পাদনা কৰক