ডঁৰিকনা
মাছৰ প্রজাতি
ডঁৰিকনা (ইংৰাজী: Indian flying barb, বৈজ্ঞানিক নাম: Esomus danrica) এবিধ ক্ষুদ্ৰকায় মাছৰ প্ৰজাতি। ১৮২২ চনত হেমিল্টনে ইয়াক আৱিষ্কাৰ কৰিছিল। ইয়াক একুৱাৰিয়ামত খুব কমেই দেখা যায়। ইয়াক ম্যানমাৰ, নেপাল, পাকিস্তান, শ্ৰীলংকা আৰু ভাৰতত পোৱা যায়।
ডঁৰিকণা মাছ | |
---|---|
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Esomus |
প্ৰজাতি: | E. danrica |
দ্বৈৰাশিক নামকৰণ | |
Esomus danrica (F. Hamilton, 1822) | |
সমাৰ্থক[2] | |
|
বিৱৰণ সম্পাদনা কৰক
ডঁৰিকনা মাছৰ দৈৰ্ঘ্য ৬ ইঞ্চি (১৫ ছেঃমিঃ) পৰ্যন্ত হয়। ইয়াৰ ৰং ৰুপোৱালি আৰু দেহত দীঘল ৰঙা ৰেখা আৰু সোণালী ৰঙৰ ফিছা থাকে।
আচৰণ সম্পাদনা কৰক
এই মাছবিধৰ জঁপিওৱাৰ এক ব্যতিক্ৰমী ক্ষমতা আছে। সেয়েহে ইয়াক indian flying barb নামেৰে জনা যায়। ইয়াৰ জীৱনকাল সাধাৰণতে তিনিৰ পৰা পাঁচ বছৰ।
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ Devi, R.; Boguskaya, N. (2009). "Esomus danrica". The IUCN Red List of Threatened Species (IUCN) খণ্ড 2009: e.T188105A8641542. doi:10.2305/IUCN.UK.2009-2.RLTS.T188105A8641542.en. http://www.iucnredlist.org/details/188105/0। আহৰণ কৰা হৈছে: 14 January 2018.
- ↑ "Synonyms of Esomus danrica (Hamilton, 1822)". Fishbase. http://www.fishbase.org/Nomenclature/SynonymsList.php?ID=5150&SynCode=48711&GenusName=Esomus&SpeciesName=danrica। আহৰণ কৰা হৈছে: 7 October 2017.