ডকমোকা ( /dɒkˈmkə/)(ইংৰাজী: Dokmoka) অসমকাৰ্বি আংলং জিলাৰ এখন পৌৰ-নগৰ। ইয়াৰ এখন নিজা নগৰ-সমিতি আছে।[1]

ডকমোকা
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কাৰ্বি আংলং
জনসংখ্যা
 (2001)
 • মুঠ
4,670

ভৌগোলিক বিৱৰণ

সম্পাদনা কৰক

আন্তঃগাঁথনি

সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি ডকমোকাৰ মুঠ জনসংখ্যা ৪৬৭০ জন[2]। ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। মুঠ জনসংখ্যাৰ ১৫% ছয় বছৰৰ অনুৰ্ধৰ। ডকমোকাৰ গড় সাক্ষৰতাৰ হাৰ ৬৬%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৭৩% আৰু ৫৮%।

যাতায়ত ব্যৱস্থা

সম্পাদনা কৰক

ডিফু-নগাওঁ ঘাইপথৰ পৰা ডকমোকাৰ দুৰত্ব প্ৰায় ৮৫ কিমি। ইয়াৰ মাজেৰে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ গৈছে।

বিদ্যালয়-Nihang Rongphar English school মহাবিদ্যালয়-Thok Nogbe College

উল্লেখযোগ্য ব্যক্তি

সম্পাদনা কৰক

উল্লেখযোগ্য স্থান

সম্পাদনা কৰক
  • ঝংকেশ্বৰ মহাদেৱ মন্দিৰ
  • আকাশী গংগা শিৱ মন্দিৰ
  • মহামায়া মন্দিৰ
  • ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাত

চিত্ৰভঁৰাল

সম্পাদনা কৰক
 
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাতৰ প্ৰৱেশ তোৰণ
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাতৰ প্ৰৱেশ তোৰণ  
 
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাত (ক)
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাত (ক)  
 
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাত(খ)
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাত(খ)  
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাতৰ দৃশ্য
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাতৰ দৃশ্য  

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "অসমৰ পৌৰ আৰু পিয়ল নগৰসমূহৰ তালিকা". ভাৰতৰ মহাপঞ্জীয়ক আৰু জনগণনা আয়ুক্তৰ কাৰ্যালয়. ২০০১. https://censusindia.gov.in/towns/asm_towns.pdf। আহৰণ কৰা হৈছে: 16 January 2021. 
  2. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.