ডেনড্ৰ'বিয়াম ফিমব্ৰিয়েটাম
অৰ্কিডৰ প্ৰজাতি
ডেণ্ড্ৰ'বিয়াম ফিমব্ৰিয়েটাম (ইংৰাজী: Dendrobium fimbriatum) বা পাটমাদৈ কপৌ এবিধ হালধীয়া ৰঙৰ ফুল ফুলা অৰ্কিডৰ প্ৰজাতি। ইয়াক সখীয়তী ফুল নামেৰেও জনা যায়। চীনত এই অৰ্কিডবিধ সাধাৰণতে লিউ শ্বু শ্বি হু নামেৰে জনাজাত।[2] ই চীন আৰু হিমালয় অঞ্চলৰ থলুৱা অৰ্কিড চীনৰ গুৱাংচি, গুইঝৌ, ইউনানত পোৱা যায়। ভাৰতৰ উত্তৰ আৰু পূব অঞ্চল, নেপাল, ভূটান আৰু বাংলাদেশত ইয়াক থলুৱাভাৱে পোৱা যায়। পাটমাদৈ কপৌ অসম আৰু অৰুণাচল প্ৰদেশ আৰু ইণ্ডোচাইনা অৰ্থাৎ ম্যানমাৰ, থাইলেণ্ড, লাওছ, ভিয়েটনাম, মালয়েছিয়া জুৰি বিস্তৃত হৈ আছে।[1][2][3][4][5][6][7] ঘন অৰণ্যৰ গছৰ ডালত বা পাহাৰীয়া উপত্যকাৰ ভিজা শিলৰ ওপৰত অৰ্কিডবিধ গজা দেখা যায়।[2]
ডেনড্ৰ'বিয়াম ফিমব্ৰিয়েটাম পাটমাদৈ | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Dendrobium |
প্ৰজাতি: | D. fimbriatum |
দ্বৈৰাশিক নামকৰণ | |
Dendrobium fimbriatum Hook. (1823) | |
সমাৰ্থক[1] | |
|
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Plants of the World Online | Kew Science" (en ভাষাত). Plants of the World Online. https://powo.science.kew.org/?name_id=57760। আহৰণ কৰা হৈছে: 2023-02-23.
- ↑ 2.0 2.1 2.2 "Dendrobium fimbriatum". Flora of China. http://www.efloras.org/florataxon.aspx?flora_id=2&taxon_id=200028638। আহৰণ কৰা হৈছে: 23 November 2018.
- ↑ Raskoti, B.B. (2009). The Orchids of Nepal: 1-252. Bhakta Bahadur Raskoti and Rita Al
- ↑ Misra, S. (2004). Orchids of Orissa: 1-774. Bishen Singh Mahendra Pal Singh, Dehra Dun.
- ↑ Sittisujjatham, S. (2006). Wild Orchid of Thailand 1: 1-495. Amarin.
- ↑ Lucksom, S.Z. (2007). The orchids of Sikkim and North East Himalaya: 1-984. S.Z.Lucksom, India.
- ↑ Hossain, A.B.M. (2002). A Taxonomic report on the genus Dendrobium Sw.. Bangladesh Journal of Plant Taxonomy 9(2): 47-55.