তামিল ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ তামিল সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৩২,৫২২ প্ৰবন্ধ আছে।

Favicon of Wikipedia তামিল ৱিকিপিডিয়া
Wikipedia-logo-v2-ta.svg
ইউ আৰ এল ta.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা তামিল
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যাসম্পাদনা কৰক

২০২০ চনত তামিল ৱিকিপিডিয়াৰ ১,৩২,৫২২টা প্ৰবন্ধ, ১,৮৪,০০০ গৰাকী সম্পাদক, ৩৮ গৰাকী প্ৰশাসক আৰু ৭,৭২১টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৩০,৫৭,২২৮।[1]

বাহ্যিক সংযোগসম্পাদনা কৰক

তামিল ৱিকিপিডিয়া

তথ্য সংগ্ৰহসম্পাদনা কৰক