তিন তাল তবলাৰ এটি তাল। এই তালক তবলাৰ প্ৰধান তাল বুলিব পাৰি।

তালটো সম্পাদনা কৰক

তিন তালৰ ঠেকা[1]----

ধা ধিন ধিন ধা
x
ধা ধিন ধিন ধা
ধা তিন তিন তা
তা ধিন ধিন ধা

বিশেষত্ব সম্পাদনা কৰক

তিন তালত ষোল্ল মাত্ৰা আছে। ইয়াৰ ৪টা বিভাগ, প্ৰতি প্ৰতি বিভাগত ৪ মাত্ৰাকৈ। তালটোৰ প্ৰথম মাত্ৰাসম্, পঞ্চম আৰু ত্ৰয়োদশ মাত্ৰাতালি আৰু নৱম মাত্ৰাখালি। এই তাল প্ৰায় স্বতন্ত্ৰ বাদনত আৰু ভজন আদিত ব্যৱহাৰ কৰা হয়।[2]

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. http://raag-hindustani.com/Rhythm.html ৰাগ হিন্দুস্তানী আহৰণ কৰা হৈছে ৩১/৩/২০১৫
  2. তবলা বিজ্ঞান গ্ৰন্থ