দাৰুল উলুম আহলে ছুন্নাত ক্বাছিমিয়া মাদ্ৰাছা
দাৰুল উলুম আহলে ছুন্নাত ক্বাছিমিয়া মাদ্ৰাছা ( ইংৰাজী : Darul Uloom Ahle Sunnat Qasimia Madrasa) [1]
হ'ল ছুন্নাত আল-জামাত হাফিজী আৰু খাৰিজী মাদ্ৰাছা লগতে বিদ্যালয় শিক্ষাৰ প্ৰতিষ্ঠান। এইখন মাদ্ৰাছা শোণিতপুৰ জিলাৰ প্ৰথম ছুন্নাত আল-জামাত মাদ্ৰাছা শিক্ষা ব্যৱস্থা ঢেকীয়াজুলিৰ ৰহমানপুৰ অৱস্থিত। প্ৰতিষ্ঠা কৰে মৌলানা মহম্মদ মুন্তাজ আহমেদ আৰু উত্তৰ প্ৰদেশৰ সুখ্যাত ইছলামিক পণ্ডিত মৌলানা ছৈয়দ হামিদ হাছান জিলানী।
ইতিহাস
সম্পাদনা কৰকএই মাদ্ৰাছাখন গঢ়ি উঠে ১৯৮০ চনত শোণিতপুৰ জিলাত । সেই সময়ৰ দেওবন্দী আৰু চুন্নী জামাত সমাজৰ এক মহত্ব পূৰ্ণ প্ৰত্যাহ্বানত ।
- ↑ DUASQM