দিল্লীৰ জিলাসমূহ
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীক ১১ খন জিলাত ভাগ কৰা হৈছে।[1] ১৯৯৭ চনৰ জানুৱাৰী মাহত ইয়াৰে ৯ খন জিলাৰ গঠন কৰা হয়। তাৰ আগতে দিল্লীত কেৱল এখনেই জিলা আছিল আৰু তাৰ সদৰ আছিল তিচ-হাজাৰী। ২০১২ চনৰ ছেপ্টেম্বৰত নতুনকৈ দুখন জিলাৰ গঠন কৰা হয়: এই দুখন হৈছে দক্ষিণ পূব দিল্লী জিলা আৰু শাহদৰা জিলা।[2] বৰ্তমানৰ প্ৰতিখন জিলাৰ মুৰব্বী হৈছে জিলা উপায়ুক্ত আৰু প্ৰতিখন জিলাকে তিনিটা মহকুমাত বিভক্ত কৰা হৈছে।
নং | জিলা | সদৰ | মহকুমা | ||
---|---|---|---|---|---|
১ | নতুন দিল্লী | কনট প্লেচ | চাণক্যপুৰী | দিল্লী ছাউনী | বসন্ত বিহাৰ |
২ | উত্তৰ দিল্লী | আলিপুৰ | মডেল টাউন[3] | নাৰেলা | আলিপুৰ |
৩ | উত্তৰ পশ্চিম দিল্লী | কানঝাৱালা | ৰোহিনী | কানঝাৱালা | সৰস্বতী বিহাৰ |
৪ | পশ্চিম দিল্লী | ৰাজৌৰী গাৰ্ডেন | পটেল নগৰ | পঞ্জাবী বাগ | ৰাজৌৰী গাৰ্ডেন |
৬ | দক্ষিণ পশ্চিম দিল্লী | দ্বাৰকা | দ্বাৰকা | নজফগড় | কাপাশেৰা |
৬ | দক্ষিণ দিল্লী | চাকেট | চাকেট | হৌজ খাচ | মেহৰুলি |
৭ | দক্ষিণ পূব দিল্লী | ডিফেন্স কলনী | ডিফেন্স কলনী | কালকাজি | চৰিতা বিহাৰ |
৮ | মধ্য দিল্লী | দৰিয়াগঞ্জ | ক'টৱালি | চিভিল লাইন্চ | কৰোল বাগ |
৯ | উত্তৰ পূব দিল্লী | নন্দ নগৰী | চীলমপুৰ | যমুনা বিহাৰ | কাৰাৱাল নগৰ |
১২ | শাহদৰা | শাহদৰা | শাহদৰা | শীমাপুৰী | বিবেক বিহাৰ |
১১ | পূব দিল্লী | প্ৰীত বিহাৰ | গান্ধী নগৰ | প্ৰীত বিহাৰ | ময়ূৰ বিহাৰ |