দীপক ভট্টাচাৰ্য অসমৰ এজন ৰাজনীতিবিদ আৰু হাইলাকান্দি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল।[1] ২০১৯ চনৰ ২৯ জানুৱাৰীত ৭৯ বয়সত তেখেতৰ মৃত্যু হৈছিল।[2]

দীপক ভট্টাচাৰ্য
অসম বিধানসভাৰ বিধায়ক
কাৰ্যকাল
১৯৭৮ – ১৯৮৩
পূৰ্বসূৰী আবদুৰ ৰহমান চৌধুৰী
উত্তৰসূৰী আবদুল মুহিব মজুমদাৰ
সমষ্টি হাইলাকান্দি
ব্যক্তিগত তথ্য
জন্ম ১৯৩৯/৪০
মৃত্যু ২৯ জানুৱাৰী ২০১৯
ৰাজনৈতিক দল কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সিষ্ট)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Assam Assembly Election Results in 1978". www.elections.in. http://www.elections.in/assam/assembly-constituencies/1978-election-results.html। আহৰণ কৰা হৈছে: 23 August 2019. 
  2. "Former CPI(M) MLA Dipak Bhattacharjee no more". The Assam Tribune. 29 January 2019. Archived from the original on 29 July 2020. https://web.archive.org/web/20200729042641/http://www.assamtribune.com/scripts/mdetails.asp?id=jan2919%2Fat055। আহৰণ কৰা হৈছে: 23 August 2019.