দীপক ভট্টাচাৰ্য
দীপক ভট্টাচাৰ্য অসমৰ এজন ৰাজনীতিবিদ আৰু হাইলাকান্দি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল।[1] ২০১৯ চনৰ ২৯ জানুৱাৰীত ৭৯ বয়সত তেখেতৰ মৃত্যু হৈছিল।[2]
দীপক ভট্টাচাৰ্য | |
---|---|
অসম বিধানসভাৰ বিধায়ক | |
কাৰ্যকাল ১৯৭৮ – ১৯৮৩ | |
পূৰ্বসূৰী | আবদুৰ ৰহমান চৌধুৰী |
উত্তৰসূৰী | আবদুল মুহিব মজুমদাৰ |
সমষ্টি | হাইলাকান্দি |
ব্যক্তিগত তথ্য | |
জন্ম | ১৯৩৯/৪০ |
মৃত্যু | ২৯ জানুৱাৰী ২০১৯ |
ৰাজনৈতিক দল | কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সিষ্ট) |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Assam Assembly Election Results in 1978". www.elections.in. http://www.elections.in/assam/assembly-constituencies/1978-election-results.html। আহৰণ কৰা হৈছে: 23 August 2019.
- ↑ "Former CPI(M) MLA Dipak Bhattacharjee no more". The Assam Tribune. 29 January 2019. Archived from the original on 29 July 2020. https://web.archive.org/web/20200729042641/http://www.assamtribune.com/scripts/mdetails.asp?id=jan2919%2Fat055। আহৰণ কৰা হৈছে: 23 August 2019.