দেবত্তমা সাহা

ভাৰতীয় অভিনেত্ৰী


দেবত্তমা সাহা বাংলা আৰু হিন্দী টেলিভিছনৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে ই আমাৰ গুৰু দক্ষিণা, ইছাৰন ইছাৰন মেইন, শৌৰ্য্য ঔৰ অনোখী কি কাহানি আৰু মিঠাই ত অভিনয় কৰি পৰিচিত।

দেবত্তমা সাহা
জন্ম শিলচৰ, অসম
শিক্ষা ডনবস্কো হাইস্কুল, শিলচৰ
শিক্ষানুষ্ঠান এমিটি ইউনিভাৰ্চিটি, কলকাতা
পেচা
  • অভিনেত্ৰী
  • গায়িকা
সক্ৰিয় হৈ থকা সময় ২০১৬–বৰ্তমানলৈ

প্ৰাথমিক জীৱন সম্পাদনা কৰক

দেবত্তমা সাহাৰ জন্ম মূলতঃ অসমৰ শিলচৰত।[1][2] তাই কৈছে যে সৰুতে মাকে তাইক গোপনে গায়িকা আৰু নৃত্যশিল্পী হিচাপে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল, পিতৃৰ আপত্তিৰ বাবে।[1] শিলচৰৰ ডন বস্কো হাইস্কুলৰ পৰা অধ্যয়ন সম্পূৰ্ণ কৰি কলকাতাৰ এমিটি ইউনিভাৰ্চিটিৰ পৰা ইংৰাজী অনাৰ্ছত স্নাতক ডিগ্ৰী লাভ কৰে।[3]

কৰ্মজীৱন সম্পাদনা কৰক

২০২০ চনৰ পৰা ২০২১ চনলৈ ষ্টাৰপ্লাছ টেলিভিছন ধাৰাবাহিক শৌৰ্য ঔৰ অনোখী কি কাহানীত কৰণবীৰ শৰ্মাৰ বিপৰীতে অনোখী ভল্লাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[1][4][5]

তথ্য সংগ্ৰহ সম্পাদনা কৰক