দেৱদাস (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
ৱিকিমিডিয়া দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা
দেৱদাস শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- দেৱদাস, শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ এখন বঙালী উপন্যাস, প্ৰথমবাৰৰ বাবে ১৯১৭ চনত প্ৰকাশিত আৰু বহুবাৰ চলচ্চিত্ৰ হিচাপে অভিযোজিত।
- দেৱদাস (১৯২৮ চনৰ চলচ্চিত্ৰ), উপন্যাসখনৰ নিৰ্বাক চলচ্চিত্ৰ অভিযোজন। নৰেশ মিত্ৰৰ দ্বাৰা পৰিচালিত।
- দেৱদাস (১৯৩৫ চনৰ চলচ্চিত্ৰ), প্ৰমথেশ বৰুৱাৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ বঙালী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (১৯৩৬ চলচ্চিত্ৰ), প্ৰমথেশ বৰুৱাৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ হিন্দী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (১৯৩৭ চনৰ অসমীয়া চলচ্চিত্ৰ), প্ৰমথেশ বৰুৱাৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ অসমীয়া চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (১৯৫৫ চলচ্চিত্ৰ), বিমল ৰয়ৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ হিন্দী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (১৯৬৫ চলচ্চিত্ৰ), উৰ্দু চলচ্চিত্ৰ।
- দেৱদাস (১৯৭৯ চলচ্চিত্ৰ), দিলীপ ৰয়ৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ বঙালী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (১৯৮২ চলচ্চিত্ৰ), কাজী নজৰুল ইছলামৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ বঙালী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (২০০২ চনৰ হিন্দী চলচ্চিত্ৰ), সঞ্জয় লীলা ভণশালীৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ হিন্দী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (২০০২ বঙালী চলচ্চিত্ৰ), শক্তি সামন্তৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ বঙালী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (২০১৩ চনৰ চলচ্চিত্ৰ), চাষী নজৰুল ইছলামৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ বঙালী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (২০১৮ চলচ্চিত্ৰ), শ্ৰীৰাম আদিত্যৰ দ্বাৰা পৰিচালিত এখন তেলুগু ভাষাৰ চলচ্চিত্ৰ।
ব্যক্তি
সম্পাদনা কৰক- দেৱদাস গান্ধী (১৯০০–১৯৫৭), ভাৰতীয় সাংবাদিক, মোহনদাস কৰমচান্দ গান্ধীৰ পুত্ৰ।
- দেৱদাস বনজাৰে (১৯৪৭-২০০৫), সৎনামী সকলৰ প্ৰধান নৃত্য পন্থীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰা এগৰাকী বিশিষ্ট নৰ্তক শিল্পী তথা ছত্তীছগঢ়ৰ প্ৰথম মঞ্চ শিল্পী।
- দেৱদাস চক্ৰৱৰ্তী (১৯৩৩–২০০৮), বাংলাদেশী শিল্পী।
- দেৱদাস আপ্তে (জন্ম ১৯৩৪), ভাৰতীয় ৰাজনীতিবিদ।
- দেৱদাস ছোত্ৰায় (জন্ম ১৯৫৫), ভাৰতীয় লেখক।
- মুজিবুৰ ৰহমান দেৱদাস, বাংলাদেশৰ কৰ্মী।
লগতে চাওক
সম্পাদনা কৰক- দেৱ.ডি, ২০০৯ চনত অভয় দেউল, মাহী গিল আৰু কাল্কী কেকলাঁ অভিনীত পৰিচালক অনুৰাগ কাশ্যপৰ উপন্যাসখনৰ ওপৰত আধাৰিত আধুনিকোত্তৰ চলচ্চিত্ৰ অভিযোজন
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |