দ্য ফৰ্টি ৰুলছ অৱ লাভ,[1][2][3] হৈছে তুৰ্কী লেখিকা এলিফ শ্বাফাকে লিখা এখন উপন্যাস৷ লিংগ আৰু মহিলা অধ্যয়নত লাভ কৰা ডিগ্ৰীটোৱে তেওঁক এই গ্ৰন্থখন লিখিবলৈ প্ৰভাৱান্বিত কৰিছিল।.[4] ২০০৯ চনৰ মাৰ্চ মাহত এই গ্ৰন্থখন প্ৰকাশ পাইছিল।[5] ইয়াত ৰুমী নামেৰে পৰিচিত মৌলানা জালাল-উদ-দিন আৰু তেওঁৰ সংগী ছামছ তাব্ৰিজীৰ বিষয়ে লিখা হৈছে।[6][7]এই গ্ৰন্থখনত শ্বামছে কেনেকৈ প্ৰেমৰ জৰিয়তে এজন পণ্ডিতক চুফী (ৰহস্যবাদী)লৈ ৰূপান্তৰিত কৰিছিল সেই বিষয়ে ব্যাখ্যা কৰা হৈছে।[8] এই কিতাপখনৰ ৭ লাখ ৫০ হাজাৰতকৈ অধিক কপি তুৰস্ক আৰু ফ্ৰান্সত বিক্ৰী হৈছিল।[9]

 
লেখক এলিফ শ্বাফাকে
দেশ তুৰষ্ক
ভাষা ইংৰাজী
প্ৰকাৰ উপন্যাস
প্ৰকাশক পেংগুইন বুকছ্
প্ৰকাশ মাৰ্চ ২০০৯
পৃষ্ঠা সংখ্যা ৩৫৪
আই.এচ.বি.এন. 9780141047188

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. “Our Compass” Archived 2019-08-03 at the Wayback Machine, “International Herald Tribune”, November 27, 2013
  2. "Looking for God: Following the Path of Love","alif.id", October 13, 2019
  3. "Books of the week: From Stephen King's The Institute to Margaret Atwood's The Testaments, our picks","www.firstpost.com", September 16, 2019
  4. Safak, Elif; Chancy, Myriam J. A. (2003). "Migrations: A Meridians Interview with Elif Shafak". Meridians: Feminism, Race, Transnationalism খণ্ড 4 (1): 55–85. doi:10.1353/mer.2004.0006. ISSN 1547-8424. https://muse.jhu.edu/pub/3/article/51147. 
  5. “Analysis: The Forty Rules of Love” Archived 2019-08-03 at the Wayback Machine, “Analysis of Love”, 2010
  6. “The Forty Rules of Love – review” Archived 2016-09-13 at the Wayback Machine, “The Guardian”, December 5, 2014
  7. Rashid, Yamna."The Forty Rules of Love taught me What i know now, it's been my motivation, inspiration and has helped me become a better person and it holds a speshal place in my heart", "SHIFA KHAN (FUTURE BEST TIMESSELLER", June 1, 2017
  8. Kazim, Maisam. “Overview of Forty Rules of Love”, “Pamir Times”, March 3, 2018
  9. “Forty Rules Of Love by ELIF SHAFAK”, “lagazetteverdun”, November 29, 2016