দ্ৰাইদেন
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
জন দ্ৰাইদেন
জন ড্ৰাইডেন (১৯ আগষ্ট, ১৬৩১ – ১২ মে, ১৭০০) এজন ইংৰাজ কবি, সাহিত্য সমালোচক, অনুবাদক আৰু নাট্যকাৰ আছিল যাক ১৬৬৮ চনত ইংলেণ্ডৰ প্ৰথম কবি বঁটা বিজয়ী হিচাপে নিযুক্ত কৰা হৈছিল।
দ্ৰাইদেন ( জন দ্ৰাইদেন ) |
---|
জন্মঃ ১৯ আগষ্ট, ১৬৩১ |
মৃত্যুঃ ১২ মে, ১৭০০ |
পেছাঃ কবি, সাহিত্য সমালোচক, নাট্যকাৰ, librettist |
ভাষা | ইংৰাজী |
---|---|
সময় | 1659–1700 |
ক্ষেত্ৰ | * Satire * playwright * fable * poetry * essay * libretto * translation |
বিভাগ | Politics and other |
সাহিত্য ক্ষেত্ৰ | Classicism |
তেওঁক পুনৰুদ্ধাৰ ইংলেণ্ডৰ সাহিত্যজীৱনত এনেদৰে আধিপত্য বিস্তাৰ কৰা দেখা যায় যে এই সময়ছোৱা সাহিত্য চক্ৰত ড্ৰাইডেনৰ যুগ হিচাপে জনাজাত হৈছিল। ৰোমান্টিক লেখক ছাৰ ৱাল্টাৰ স্কটে তেওঁক "গৌৰৱময় জন" বুলি অভিহিত কৰিছিল।