দ্ৰুকপা কুনলী(১৪৫৫-১৫২৯)ক কুঙ্গা লেগপাই জাংপো, দ্ৰুকপা কুঁলেগ, ব্ৰুগ-পা-কুন-লেগ্স, আৰু কুঙ্গা লেগপা আদি নামেৰেও জনা যায়। ড্ৰেগন বংশৰ উন্মাদ সন্ত বুলি পৰিচিত কুনলী তিব্বতীয় মহামুদ্ৰা পৰম্পৰাত এজন বৌদ্ধ সন্ন্যাসী আৰু মিছনাৰী আছিল, লগতে এজন বিখ্যাত কবি আছিল[1]। সিদ্ধ পেমা লিংপাৰ অধীনৰ ৰালুং মঠত প্ৰশিক্ষণ লোৱাৰ পিছত, তেওঁ ভূটানলৈ আহি বজ্ৰায়ন বৌদ্ধ ধৰ্মৰ এটা দিশ পৰিচয় কৰায় আৰু ১৪৯৯ চনত ভূটানৰ চিমি লাখাঙৰ মঠ স্থাপন কৰে।

দ্ৰুকপা কুনলী
འབྲུག་པ་ཀུན་ལེགས་

ব্ৰুগ-পা-কুন-লেগ্স
ব্যক্তিগত
জন্ম ১৪৫৫
মৃত্যু ১৫২৯ (বয়স ৭৩–৭৪)
ধৰ্ম তিব্বতীয় বৌদ্ধ ধৰ্ম
গৃহ চহৰ তিব্বত
পিতৃ-মাতৃ গমকে(মাতৃ), ৰিঞ্চেন জাংপো(পিতৃ)
বিদ্যালয় বজ্ৰায়ন বৌদ্ধ ধৰ্ম
Monastic name উন্মাদ সন্ত
মন্দিৰ চিমি লাখাং মঠ
জ্যেষ্ঠ বিষয়বাব
শিক্ষক পেমা লিংপা

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Stein (1972), pp. 262, 272.