ন'বেল বঁটা (১৯৯১)

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

১৯৯১ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান
পিয়েৰ-জিলা ডি জেনিছ
Pierre-Gilles de Gennes
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"তেখেতে কৰা আৱিষ্কাৰ যে সৰল প্ৰণালীৰ পৰিঘটনা ক্ৰমৰ অধ্যয়নক জটিল প্ৰণালীৰ অধ্যয়নৰ বাবেও প্ৰয়োগ কৰিব পাৰি, বিশেষকৈ জুলীয়া ক্ৰিষ্টেল আৰু পলিমাৰ (বহুযোগী মৌল)-ৰ ক্ষেত্ৰত " ("for discovering that methods developed for studying order phenomena in simple systems can be generalized to more complex forms of matter, in particular to liquid crystals and polymers")
ৰসায়ন বিজ্ঞান
ৰিচাৰ্ড আৰ. আৰ্ন্‌ষ্ট
Richard R. Ernst
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"অতি বেভদন সম্পন্ন নিউক্লীয় চুম্বকীয় অনুনাদ (NMR) বৰ্ণালীবিজ্ঞান প্ৰণালীৰ বিকাশৰ বাবে তেখেতৰ আগবঢ়োৱা অৱদানৰ বাবে" ("for his contributions to the development of the methodology of high resolution nuclear magnetic resonance (NMR) spectroscopy")
ফিজিঅ'লজী বা মেডিচিন
এৰৱিন নেহেৰ
Erwin Neher
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"কোষৰ ভিতৰৰ একক আয়নীয় চেনেলৰ কাৰ্য সম্পৰ্কীয় তেওঁলোকৰ আৱিষ্কাৰৰ বাবে" ("for their discoveries concerning the function of single ion channels in cells")
বাৰ্ট ছেক্‌মেন
Bert Sakmann
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
সাহিত্য
নাডিন গৰ্ডিমাৰ
Nadine Gordimer
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"যিয়ে তেখেতৰ মহাকাব্যিক লেখনীৰে--আলফ্ৰেড ন'বেলৰ ভাষাত--মানৱীয়তাৰ উৎকৰ্ষৰ বাবে মহান কাৰ্য কৰি গৈছে" ("who through her magnificent epic writing has - in the words of Alfred Nobel - been of very great benefit to humanity")
ন'বেল শান্তি বঁটা
আং ছান ছু কি
Aung San Suu Kyi
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"গণতন্ত্ৰ আৰু মানৱাধিকাৰৰ এখেতে চলাই যোৱা অহিংস আন্দোলনৰ বাবে" ("for her non-violent struggle for democracy and human rights")
অৰ্থনীতি
ৰ'নাল্ড এইচ. ক'ছ
Ronald H. Coase
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"অৰ্থনীতিত প্ৰতিষ্ঠানৰ গঠন আৰু কৰ্মৰ ওপৰত লেনদেনৰ ব্যয় আৰু সম্পত্তিৰ অধিকাৰৰ গুৰত্ব সম্পৰ্কীয় তেখেতৰ আৱিষ্কাৰৰ বাবে" ("for his discovery and clarification of the significance of transaction costs and property rights for the institutional structure and functioning of the economy")


তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক