ন'বেল বঁটা (১৯৯৬)

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

১৯৯৬ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান
ডেভিড এম. লী
David M. Lee
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"হিলিয়াম-৩ -ৰ ক্ষেত্ৰত অতিতৰলতা আৱিষ্কাৰৰ বাবে"
("for their discovery of superfluidity in helium-3")
ডগলাছ ড. ওছেৰ'ফ
Douglas D. Osheroff
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
ৰবাৰ্ট চি. ৰিচাৰ্ডছন
Robert C. Richardson
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
ৰসায়ন বিজ্ঞান
ৰবাৰ্ট এফ. কাৰ্ল কনিষ্ঠ
Robert F. Curl Jr.
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"ফুলেৰিনসমূহৰ আৱিষ্কাৰৰ বাবে"
("for their discovery of fullerenes")
ছাৰ হেৰল্ড ডব্লিউ. ক্ৰোট'
Sir Harold W. Kroto
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
ৰিচাৰ্ড এ. স্মলী
Richard E. Smalley
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
ফিজিঅ'লজী বা মেডিচিন
পিটাৰ চি. ড'হাৰ্টী
Peter C. Doherty
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"কোষৰ দ্বাৰা চালিত প্ৰতিৰোধী ব্যৱস্থাৰ বিশিষ্টতা আৱিষ্কাৰৰ বাবে" ("for their discoveries concerning the specificity of the cell mediated immune defence")
ৰ'ল্ফ এম. জিংকাৰনে'জেল
Rolf M. Zinkernagel
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
সাহিত্য
ৱিছলাৱা জেমবৰ্ছ্‌কা
Wislawa Szymborska
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"সেই কবিতাৰ বাবে যিয়ে সুনিৰ্দিষ্ট ব্যংগৰ মাজেৰে ঐতিহাসিক আৰু জৈৱিক প্ৰসংগক পোহৰলৈ আনে মানৱ বাস্তৱৰ কিছু ভগ্নাংশক।"
("for poetry that with ironic precision allows the historical and biological context to come to light in fragments of human reality")
ন'বেল শান্তি বঁটা
কাৰ্ল'ছ ফিলিপ হিমেনেছ বেলো
Carlos Filipe Ximenes Belo
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"পূৱ টিম'ৰৰ সংঘৰ্ষৰ ন্যায়িক আৰু শান্তিপূৰ্ণ সমাধানৰ বাবে তেওঁলোকে কৰা কামৰ বাবে" ("for their work towards a just and peaceful solution to the conflict in East Timor")
জোছ ৰেম'ছ-হ'ৰ্টা
José Ramos-Horta
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
অৰ্থনীতি বিজ্ঞান
জেমছ এ. মিৰলেছ
James A. Mirrlees
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"অসমত তথ্যৰ ভিতৰৰ কাৰক সম্বন্ধীয় তেওঁলোকৰ বুনিয়াদী গৱেষণাৰ বাবে"
("for their fundamental contributions to the economic theory of incentives under asymmetric information")
উইলিয়াম ভাইক্ৰে
William Vickrey
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক


তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক