ন'বেল বঁটা (২০০০)

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

২০০০ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

পদাৰ্থ বিজ্ঞান
জোৰেছ আই. এলফেৰ'ভ
Zhores I. Alferov
 বেলাৰুছ "তথ্য আৰু সংযোগ প্ৰযুক্তিবিদ্যাৰ বুনিয়াদী গৱেষণাৰ বাবে"। জোৰেছ এলফেৰ'ভ আৰু হাৰ্বাৰ্ট ক্ৰ'মাৰলৈ "অসুষম অৰ্দ্ধপৰিবাহী আৱিষ্কাৰৰ বাবে, যাৰ ব্যৱহাৰ হয় উচ্চ-গতি আৰু পোহৰ-বৈদ্যুতিনবিদ্যাত"
("for basic work on information and communication technology". Zhores I. Alferov and Herbert Kroemer "for developing semiconductor heterostructures used in high-speed- and opto-electronics")
হাৰ্বাৰ্ট ক্ৰ'মাৰ
Herbert Kroemer
 জাৰ্মানী
 আমেৰিকা যুক্তৰাষ্ট্ৰ
জেক এছ. কিল্‌বি
Jack S. Kilby
 আমেৰিকা যুক্তৰাষ্ট্ৰ জেক এছ. কিল্‌বিলৈ "সমন্বিত বৰ্তনী উদ্ভাৱনলৈ থকা তেখেতৰ অৰিহনাৰ বাবে"
(Jack S. Kilby "for his part in the invention of the integrated circuit")
ৰসায়ন বিজ্ঞান
এলেন জে. হীজাৰ
Alan J. Heeger
 আমেৰিকা যুক্তৰাষ্ট্ৰ পৰিবাহী পলিমাৰৰ আৱিষ্কাৰ আৰু বিকাশৰ বাবে
(for the discovery and development of conductive polymers)
এলেন জি. মেক্‌ডায়েৰ্মিড
Alan G. MacDiarmid
 নিউজিলেণ্ড
 আমেৰিকা যুক্তৰাষ্ট্ৰ
হিডেকি শ্বিৰাকাৱা
Hideki Shirakawa
 জাপান
ফিজিঅ'লজী বা মেডিচিন
এৰ্ভিড কাৰ্লছন
Arvid Carlsson
 ছুইডেন স্নায়ুতন্ত্ৰত সংকেত পৰাৰেশন-ৰ বিষয়ে তেওঁলোকে কৰা আৱিষ্কাৰসমূহৰ বাবে
(for their discoveries concerning signal transduction in the nervous system)
পল গ্ৰীনগাৰ্ড
Paul Greengard
 আমেৰিকা যুক্তৰাষ্ট্ৰ
এৰিক. আৰ. কেণ্ডেল
Eric R. Kandel
 আমেৰিকা যুক্তৰাষ্ট্ৰ
 অষ্ট্ৰিয়া
সাহিত্য
গাও ঝিংজিয়ান
Gao Xingjian
 চীন এখেতৰ সাৰ্বজনীন গ্ৰহনীয়তা, তিক্ত অন্তৰ্ভীক্ষা আৰু ভাষিক প্ৰতিভাই চীনা উপন্যাস আৰু নাটকক নতুন পথ প্ৰদান কৰিবলৈ সক্ষম হৈছে
(for an œuvre of universal validity, bitter insights and linguistic ingenuity, which has opened new paths for the Chinese novel and drama)
ন'বেল শান্তি বঁটা
কিম ডে-ঝং
Kim Dae-jung
 দক্ষিণ কোৰিয়া দক্ষিণ কোৰিয়া সমন্বিতে সমগ্ৰ পূৱ এছিয়াতে গণতন্ত্ৰ আৰু মানৱাধিকাৰৰ অৰ্থে তেখেতে কৰা কৰ্মৰ বাবে, লগতে নৰ্থ কোৰিয়াৰ লগত শান্তি আৰু সহযোগিতাৰ বাতাৱৰণ উন্নত কৰাৰ বাবে তেখেতে কৰা প্ৰচেষ্টাৰ বাবে
(for his work for democracy and human rights in South Korea and in East Asia in general, and for peace and reconciliation with North Korea in particular)
অৰ্থনীতি বিজ্ঞান
জেম্‌ছ জে. হেকমেন
James J. Heckman
 আমেৰিকা যুক্তৰাষ্ট্ৰ নিৰ্বাচিত নমুনা বিশ্লেষণৰ তত্ব আৰু প্ৰক্ৰিয়া বিকাশৰ বাবে
(for his development of theory and methods for analyzing selective samples)
ডেনিয়েল এল. মেক্‌ফেডেন
Daniel L. McFadden
 আমেৰিকা যুক্তৰাষ্ট্ৰ স্বতন্ত্ৰ নিৰ্বাচনৰ বিশ্লেষণৰ বাবে তত্ব আৰু প্ৰক্ৰিয়াৰ বিকাশৰ বাবে
(for his development of theory and methods for analyzing discrete choice)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক