ন'বেল বঁটা (২০০১)

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

২০০১ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

পদাৰ্থ বিজ্ঞান এৰিক এ. কৰ্নেল
Eric A. Cornell
 আমেৰিকা যুক্তৰাষ্ট্ৰ ক্ষাৰ পৰমাণুৰ লঘু গেছ-ত বসু-আইনষ্টাইন ঘনীভৱন সম্ভৱ কৰাৰ বাবে, আৰু ঘনীভূতৰ ধৰ্মৰ ওপৰত কৰা বুনিয়াদী আৰু প্ৰাথমিক পৰীক্ষাৰ বাবে
("for the achievement of Bose-Einstein condensation in dilute gases of alkali atoms, and for early fundamental studies of the properties of the condensates")
কাৰ্ল ই. ৱেইমেন
Carl E. Wieman
 আমেৰিকা যুক্তৰাষ্ট্ৰ
উল্ফগাং কেটাৰ্লি
Wolfgang Ketterle
 জাৰ্মানী
ৰসায়ন বিজ্ঞান
উইলিয়াম এছ. ন'ৱেল্‌ছ
William S. Knowles
 আমেৰিকা যুক্তৰাষ্ট্ৰ কাইৰেল (chiral) অনুঘটকৰদ্বাৰা সম্পন্ন হাইড্ৰ'জেনেছন বিক্ৰিয়াৰ ওপৰত কৰা কৰ্মৰ বাবে
("for their work on chirally catalysed hydrogenation reactions")
ৰায়'জি ন'য়'ৰি
Ryoji Noyori
 জাপান
কে. বেৰী ছাৰ্পলেছ
K. Barry Sharpless
 আমেৰিকা যুক্তৰাষ্ট্ৰ কাইৰেল (chiral) অনুঘটকৰদ্বাৰা সম্পন্ন অক্সিডেছন বিক্ৰিয়াৰ ওপৰত কৰা কৰ্মৰ বাবে
("for his work on chirally catalysed oxidation reactions")
ফিজিঅ'লজী বা মেডিচিন
লিলেণ্ড এইচ. হাৰ্টৱেল
Leland H. Hartwell
 আমেৰিকা যুক্তৰাষ্ট্ৰ কোষীয় চক্ৰৰ মুখ্য নিৰ্ণায়ক সমূহৰ আৱিষ্কাৰৰ বাবে
("for their discoveries of key regulators of the cell cycle")
টিম হাণ্ট
Tim Hunt
 যুক্তৰাজ্য
ছাৰ পল এম নাৰ্ছ
Sir Paul M. Nurse
 যুক্তৰাজ্য
সাহিত্য
ছাৰ বিদ্যাধৰ সূৰ্যপ্ৰসাদ নাইপল
Sir Vidiadhar Surajprasad Naipaul
সাঁচ:Country data Trinidad
 যুক্তৰাজ্য
বোধদ্ৰেককাৰী বৰ্ণনা আৰু ন্যায়নিষ্ঠ সূক্ষ্মবিচাৰ একত্ৰিত কৰি তেখেতে ৰচনা কৰা কৰ্মৰাজীয়ে অৱদমিত ইতিহাসক আমাৰ চকুৰ আগত নিশ্চিত ভাৱে তুলি ধৰে
("for having united perceptive narrative and incorruptible scrutiny in works that compel us to see the presence of suppressed histories")
ন'বেল শান্তি বঁটা
ৰাষ্ট্ৰসংঘ
United Nations
 [[|]] এখন সুসংৱদ্ধ আৰু শান্তিপূৰ্ণ পৃথিৱী গঢ়াৰ বাবে তেওঁলোকে কৰি যোৱা কৰ্মৰ বাবে
("for their work for a better organized and more peaceful world")
ক'ফি আন্নান
Kofi Annan
 ঘানা
অৰ্থনীতি বিজ্ঞান
জৰ্জ এ. একাৰলফ
George A. Akerlof
 আমেৰিকা যুক্তৰাষ্ট্ৰ অসুষম তথ্যৰে বজাৰৰ বিশ্লেষণৰ বাবে
("for their analyses of markets with asymmetric information")
এ. মাইকেল স্পেন্স
A. Michael Spence
 আমেৰিকা যুক্তৰাষ্ট্ৰ
জোছেফ ই. ষ্টিগ্‌লিজ
Joseph E. Stiglitz
 আমেৰিকা যুক্তৰাষ্ট্ৰ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক