ন'বেল বঁটা (২০০৪)

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

২০০৪ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান
ডেভিড জে. গ্ৰছ
(David J. Gross)
 আমেৰিকা যুক্তৰাষ্ট্ৰ "প্ৰৱল অন্তৰাক্ৰিয়া-ৰ তত্বত অনন্তস্পৰ্শী স্বাতন্ত্ৰ-ৰ আৱিষ্কাৰৰ বাবে" ("for the discovery of asymptotic freedom in the theory of the strong interaction")
এইচ. ডেভিড প'লিট্‌জাৰ
(H. David Politzer)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ফ্ৰেংক ৱিলচেক
(Frank Wilczek)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ৰসায়ন বিজ্ঞান
এৰন চিচেন'ভাৰ
(Aaron Ciechanover)
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"ইউবিকুইটিন-ৰদ্বাৰা প্ৰ'টিন অৱনমন-ৰ (নিম্নীকৰণ) আৱিষ্কাৰৰ বাবে" ("for the discovery of ubiquitin-mediated protein degradation")
এভ্ৰাম হাৰ্ছক'
(Avram Hershko)
 [[|]]
আৰউইন ৰ'জ
(Irwin Rose)
 [[|]]
ফিজিঅ'লজী বা মেডিচিন
ৰিচাৰ্ড এক্সেল
(Richard Axel)
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"ঘ্ৰাণ তন্ত্ৰৰ গঠন আৰু ঘ্ৰাণ গ্ৰাহক-ৰ আৱিষ্কাৰৰ বাবে" ("for their discoveries of odorant receptors and the organization of the olfactory system")
লিন্ডা বি. বাক্‌
(Linda B. Buck)
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
সাহিত্য
ইলফ্ৰিড জেলিনেক
Elfriede Jelinek
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"তেখেতৰ উপন্যাস আৰু নাটকত কণ্ঠ আৰু প্ৰতিকণ্ঠৰ সাংগিতীক গতি, যিয়ে অসাধাৰণ ভাষিক পটুতাৰে সমাজত প্ৰচলিত গতানুগতিক পদসমস্তি আৰু ইয়াৰ দমনকাৰী শক্তিক উদঙাই দিয়ে" ("for her musical flow of voices and counter-voices in novels and plays that with extraordinary linguistic zeal reveal the absurdity of society's clichés and their subjugating power")
শান্তি
ৱাংগাৰি মুটা মাথাই
(Wangari Muta Maathai)
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"দীৰ্ঘস্থায়ী বিকাশ, গণতন্ত্ৰ আৰু শান্তিৰ বাবে তেখেতে আগবঢ়োৱা অৱদানৰ বাবে" ("for her contribution to sustainable development, democracy and peace")
অৰ্থনীতি বিজ্ঞান
ফিন ই. কিডলেণ্ড
(Finn E. Kydland)
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"গতিশীল বৃহৎ অৰ্থনীতি ক্ষেত্ৰত তেওঁলোকৰ অৱদান: অৰ্থনৈতিক নীতিৰ সময় স্থায়িত্ব আৰু বজাৰ চক্ৰৰ চালিকা শক্তি" ("for their contributions to dynamic macroeconomics: the time consistency of economic policy and the driving forces behind business cycles")
এড্‌ৱাৰ্ড চি. প্ৰেছকট
(Edward C. Prescott)
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক