ন'বেল বঁটা (২০০৬)

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

২০০৬ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান
জন চি. মেদাৰ
John C. Mather
 আমেৰিকা যুক্তৰাষ্ট্ৰ "কৃষ্ণবস্তুৰ গঠন আৰু মহাজাগতিক মাইক্ৰ'ৱেভ আৱহ বিকিৰণৰ বিষমদৈশিকতা আৱিষ্কাৰৰ বাবে" ("for their discovery of the blackbody form and anisotropy of the cosmic microwave background radiation")
জৰ্জ চি. স্মূট
George F. Smoot
 আমেৰিকা যুক্তৰাষ্ট্ৰ
বাসস্থান: ফ্ৰান্স
ৰসায়ন বিজ্ঞান
ৰ'জাৰ ডি. কৰ্নবাৰ্গ
Roger D. Kornberg
 আমেৰিকা যুক্তৰাষ্ট্ৰ "সংকোষকেন্দ্ৰীয় কোষৰ ট্ৰান্সস্ক্ৰিপছনৰ আণৱিক ভিত্তিৰ ওপৰত কৰা গৱেষণাৰ বাবে" ("for his studies of the molecular basis of eukaryotic transcription")
ফিজিঅ'লজী বা মেডিচিন
এণ্ড্ৰু জেড. ফায়াৰ
Andrew Z. Fire|
 আমেৰিকা যুক্তৰাষ্ট্ৰ "দ্বিঅঁহীয় RNA-ৰ দ্বাৰা জিন কৰ্তন - RNA হস্তক্ষেপৰ আৱিষ্কাৰৰ বাবে" ("for their discovery of RNA interference - gene silencing by double-stranded RNA")
ক্ৰেইগ চি. মেলো
Craig C. Mello
 আমেৰিকা যুক্তৰাষ্ট্ৰ
সাহিত্য অৰহান পামুক
Orhan Pamuk
 আমেৰিকা যুক্তৰাষ্ট্ৰ "নিজৰ চহৰত বিষন্ন আত্মা বিচাৰি যিজনে পালেগৈ সংস্কৃতিৰ সংঘাট আৰু সহযোগিতাৰ নতুন সংকেত" ("who in the quest for the melancholic soul of his native city has discovered new symbols for the clash and interlacing of cultures")
শান্তি
মহম্মদ ইউনাছ
Muhammad Yunus
 বাংলাদেশ "নিম্ন স্তৰৰ পৰা আৰ্থিক আৰু সামাজিক বিকাশ আৰম্ভ কৰাৰ তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে" ("for their efforts to create economic and social development from below")
গ্ৰামীণ বেংক
Grameen Bank
কৰ্মক্ষেত্ৰ: বাংলাদেশ
অৰ্থনীতি
এড্‌মাণ্ড এছ. ফেল্প্‌ছ
Edmund S. Phelps
 আমেৰিকা যুক্তৰাষ্ট্ৰ "বৃহৎ অৰ্থনীতিৰ আঁচনিত অপৰঐকিক বিনিময়ৰ বিশ্লেষণৰ বাবে" ("for his analysis of intertemporal tradeoffs in macroeconomic policy")


তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক