নচিকেতা চক্ৰৱৰ্তী

ভাৰতীয় নেপথ্য কণ্ঠশিল্পী


নচিকেতা চক্ৰৱৰ্তী (ইংৰাজী: Nachiketa Chakraborty) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সংগীতকাৰ, সুৰকাৰ, গীতিকাৰ আৰু নেপথ্য কণ্ঠশিল্পী, যাক চমুকৈ নচিকেতা নামেৰে জনা যায়। নচিকেতা আধুনিক বাংলা গীতৰ বাবে জনাজাত। তেওঁ ১৯৯০ ৰ দশকৰ আৰম্ভণিতে তেওঁৰ প্ৰথম এলবাম “এই বেশ ভালো আছি” মুক্তিৰ পাছত জনপ্ৰিয়তা অৰ্জন কৰে।[1]

নচিকেতা চক্ৰৱৰ্তী
প্ৰাথমিক তথ্য
জন্মৰ নাম নচিকেতা চক্ৰৱৰ্তী
আন নাম নচি
জন্ম ০১ ছেপ্টেম্বৰ, ১৯৬৪ (৫৯ বছৰ)
মুক্তাৰাম বাবু ষ্ট্ৰীট, কলকাতা, ভাৰত
সংগীতৰ প্ৰকাৰ Urban Folk,
ভাৰতীয় শাস্ত্ৰীয় সংগীত, নচিকেতা মিউজিক
পেচা
  • গায়ক
  • গীতিকাৰ
  • সুৰকাৰ
  • সংগীতকাৰ
  • সংগীত পৰিচালক
  • নেপথ্য কণ্ঠশিল্পী
  • লেখক
বাদ্যযন্ত্ৰ কণ্ঠ, হাৰমনিয়াম, গীটাৰ
কাৰ্যকাল ১৯৯০–বৰ্তমান
ৰেকৰ্ড লেবেল এইচএমভি
ৱেবছাইট www.aminachiketa.com

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

নচিকেতাৰ জন্ম হয় ১৯৬৪ চনৰ ১ চেপ্তেম্বৰ (বিঃদ্ৰঃ তেওঁৰ প্ৰমাণপত্ৰ অনুযায়ী ১ চেপ্তেম্বৰ, ১৯৬৫) -ত কলকাতাৰ মুক্তাৰাম বাবু ষ্ট্ৰীটত। তেওঁৰ পিতৃৰ নাম শাখা ৰঞ্জন চক্ৰৱৰ্তী।[2] তেওঁৰ পৈতৃক পৰিবাৰ আছিল বাংলাদেশৰ বৰিশালৰ পিৰোজপুৰ জিলাৰ ভাণ্ডাৰিয়া উপজিলাত, তেওঁৰ ককা ললিত মোহন চক্ৰৱৰ্তী ১৯৪৬ চনৰ আগতে ভাৰতলৈ আহিছিল।[3] তেওঁ উত্তৰ কলকাতাৰ শ্যামবজাৰৰ মহাৰাজ মনিন্দ্ৰ চন্দ্ৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়চোৱাত গীত ৰচনা আৰু লাইভ পৰিৱেশন কৰা আৰম্ভ কৰিছিল।[4] ১৯৯৩ চনত তেওঁৰ প্ৰথম এলবাম ‘এই বেশ ভালো আছি’ মুক্তিৰ পিছত খুব জনপ্ৰিয় হৈ পৰে৷ তেওঁ বঙালী গীতৰ পুৰণি ধাৰা সলনি কৰিছিল৷ তেওঁ বৰ্তমান কলকাতাৰ তথা যুৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ আৰু সুৰকাৰ৷

ডিস্কোগ্ৰাফি সম্পাদনা কৰক

একক এলবাম সম্পাদনা কৰক

এই বেশ ভালো আছি (১৯৯৩)
  1. অন্তবিহীন পথ চলাই জীৱন
  2. এই বেশ ভালো আছি
  3. যখন সময় থমকে দাঁড়ায়
  4. সাৰে জাহাঁ সে আচ্ছা
  5. চোৰ
  6. বিষ, শুধু বিষ দাও
  7. কলকাতা
  8. মন দিয়ে লেখাপড়া কৰে যেই জন
  9. তুমি কি আমায় ভালোবাসো?
  10. কেউ বলে বুড়ো ভাম
  11. শুনবো না গান, গান শুনবো না
  12. নীলাঞ্জনা (১)
কে যায়? (১৯৯৪)
  1. এমবিশ্যন
  2. কে যায়
  3. অনিৰ্বাণ
  4. একদিন ঝড় থেমে যাবে
  5. বাৰো টাকা
  6. নীলাঞ্জনা (২)
  7. স্বাধীনতা
  8. ৰোজ ঘুম থেকে ওঠা
  9. আমাদেৰ তো কিচ্ছুই নেই
  10. কালো মেয়ে
  11. এইত জীৱন
  12. নীলাঞ্জনা (৩)
কি হবে? (১৯৯৫)
  1. ভয়
  2. কি হবে?
  3. পুৰনো দিনেৰ গান
  4. সকাল থেকে লুকোচুৰি
  5. একা একা পথ চলা
  6. উল্টো ৰাজাৰ দেশে
  7. কোন এক মেয়ে
  8. মাদাৰিৰ গান
  9. অন্য প্ৰেমেৰ গান
  10. নীলাঞ্জনা (৪)
চল যাবো তকে নিয়ে (১৯৯৬)
  1. ২০১ ধৰ্মতলা
  2. চল যাবো তোকে নিয়ে
  3. ফেৰিওয়ালা
  4. কৰে মিছিল
  5. পৌলমী
  6. শতাব্দি
  7. যায়োনা, যায়োনা কন্যা
  8. আহাৰে!
  9. তুমি কে?
  10. অনিৰ্বাণ (২)
কুয়াশা যখন (১৯৯৭)
  1. কুয়াশা যখন
  2. এ মন ব্যাকুল যখন তখন
  3. ইটস এ গেম
  4. এক বোকা বুড়োৰ গল্প শোন
  5. এ মন ব্যাকুল যখন তখন (মহিলা)
  6. এৰই নাম হল বেঁচে থাকা
  7. অন্ধকাৰ সৰণি ধৰে শেষ হবে এ পথ চলা
আমি পাৰি (১৯৯৮)
  1. সৰকাৰী কৰ্মচাৰী
  2. ৰাজশ্ৰী
  3. কফি হাউজ
  4. শ্ৰাৱণ ঘনায়
  5. অবিশ্বাসেৰ ঋণ
  6. মাথা দেব না
  7. বাসবেই ভালো
  8. নীলামে উঠছে দেশ
  9. মুলাজিম হুঁ সৰকাৰি
দলছুট (১৯৯৯)
  1. দেৰে নানা
  2. একুশ
  3. বিভাবৰি জাগো
  4. জীৱিত বিবাহীত
  5. বৃদ্ধাশ্ৰম
  6. ছুট
  7. ৰাজশ্ৰী (দ্বিতীয় পৰ্ব)
  8. এ সময় অসময়
দায়ভাৰ (২০০০)
  1. পাগলা জগাই
  2. তুমি কখনো শুনেছো কি?
  3. মন ভেসে ভেসে চলে
  4. শতক আসে শতক যায়
  5. দিন যায় দিন চলে যায়
  6. আমাদেৰ জন্যে
  7. অচেনা এ শহৰে
  8. ভেঙে যায় বিশ্বাস
  9. আঁকা বাঁকা সড়কটা
একলা চলতে হয় (২০০২)
  1. বক্স অফিস
  2. একলা চলতে হয়
  3. নগৰ জীৱন
  4. ঘুম আয়ৰে
  5. খোকন
  6. না না চাই না
  7. পেসমেকাৰ
  8. ইনটেলেকচুয়াল
  9. ৰাজশ্ৰী (তৃতীয় পৰ্ব)
এই আগুনে হাত ৰাখো (২০০৪)
  1. দিন শেষে ৰাত্ৰি আসে
  2. অ ডাক্তাৰ
  3. কপাল আমাৰ মন্দ
  4. আমাৰ বুকেৰ জ্বালা
  5. এই আগুনে হাত ৰাখো
  6. ইচ্ছেৰা দিনে ৰাতে
  7. বল্ না বল্ না
  8. মন চায়
  9. তুমি আসবে বলে
  10. ৰাজশ্ৰী (৪)
আমাৰ কথা আমাৰ গান (২০০৫)
  1. কেন আজ মন ফিৰে যায়
  2. ৰাত ঘুমালো
  3. হায় আমায় বলে দে
  4. বল কী ছিল প্ৰয়োজন
  5. প্ৰথম প্ৰণয় দু'চোখে
  6. যদি ওই চোখেৰ তাৰায়
  7. শ্ৰাৱণ দিনেতে যদি
  8. দাও যদি ফিৰিয়ে
  9. নাৰে নাৰে নাৰে জীৱন
তিৰ্যক (২০০৭)
  1. ক্ষাপা
  2. বুড়ো সলমান
  3. আবছায়া ৰাতে
  4. আমাৰ সোণা
  5. অনিৰ্বাণ -৩
  6. শহৰ ও তুমি
  7. হাসিৰ গান
  8. বোঝাই ৰোজ ৰোজ
  9. দু'জন মানুষ
  10. আদিত্য সেন
এবাৰ নীলাঞ্জন (২০০৮)
  1. হতে পাৰত অনেক কিছুই
  2. চটেৰ চাদৰে মোড়া
  3. কে ৰাখে খোঁজ
  4. না মেলে না
  5. বুঝবে না সে কোনদিন
  6. এই জীৱনে কিছুই মেলে না
হাওয়া বদল (২০১০)
  1. হাওয়া বদল
  2. ৰাত্ৰি ঘনায়
  3. ভাবনা
  4. অন্ধেৰ দেশে
  5. যুক্তি
  6. মধ্যবিত্ত
  7. হাওয়া বদল
সব কথা বলতে নেই (২০১২)
  1. আফ্ৰিন আফ্ৰিন
  2. সব কথা বলতে নেই
  3. ৰাত জাগা তাৰা
  4. স্বপ্নেৰ পাতা ঝৰে যায়
  5. তোৰ দু’চোখে
  6. কাৰ চোখেৰ জলে
  7. ভালোবাসি বোলে
  8. মন মানে না
দৃষ্টিকোন (২০১৪)
  1. আমাৰ পৰাণ যাহা চায়।
  2. এসেছিলে
  3. যেতে যেতে একলা পথে।
  4. মম চিত্তে।
  5. না সজনী, না।
  6. নদী আপন বেগে
  7. এসেছিলে
আয় ডেকে যায় (২০১৫)
  1. ইচ্ছে
  2. গঙ্গাৰাম
  3. এ ৰাত
  4. হে ভগবান
  5. একটা বয়স
  6. দিওয়ানা
  7. কৰ্পোৰেট প্ৰেম
  8. আয় আয়
  9. খৰচ

যৌথ বা সহযোগী এলবাম সম্পাদনা কৰক

এই তিনজন
  1. ও মেঘ পৰদেশী
  2. জীৱন সমুদ্ৰে
  3. না না না, ভালোবাসিনা
  4. এ কোন অজানায়
  5. শ্ৰাৱণ মেঘে
  6. থাক সময়েৰ অতলে
  7. আৰ কতো দিন
  8. এক দিন স্বপ্নেৰ ভোৰ
দুয়ে দুয়ে চাৰ (১৯৯৬)
  1. জীৱন নদীৰ কুল ধৰে
  2. হায় আমায় বলে দে
  3. লাগ লাগ লাগ ভেল্কি লাগ
  4. ওৰা কেড়ে নিয়েছে তোমায় শ্যামলিমা
  5. ৰিম ঝিম ৰিম ঝিম
  6. সাৰাবেলা পথ পানে
  7. পায়ে পায়ে হেঁটে চলো
  8. আমৰা গাই গান
ছোট বড় মিলে (১৯৯৬)
  1. বাঘেৰ মেষ
  2. ছুটি ছুটি
  3. ছুটল চুটিয়ে
  4. হাটুক সব অসুন্দৰ
  5. ইন্দুৰ কল
  6. ঝড়
  7. খাওয়াৰ গান
  8. মস্ত আকাশ
  9. নাগৰদোলাৰ গান
  10. ফেলুদাৰ গান
  11. স্কুলেৰ বেগটা
  12. তোমাৰ বন্ধু
  13. টুনটুনিটাৰ তিনটি লাফে
  14. উল্টোডাঙ্গাৰ উল্টো দিকে
কোকা-কোলা ষ্ট্ৰাইকাৰ (১৯৯৮)
  1. ছুটন্ত যৌৱন
  2. এক মজাৰ খেলা
  3. এমন দিন আৰ থাকবেনা মা
  4. গো ফল গোল
  5. জিততে চাই
  6. মনে পৰে
  7. সব খেলাৰ সেৰা বাঙালীৰ তুমি ফুটবল
  8. ষ্ট্ৰাইকাৰ
স্বপ্নেৰ ফেৰিওয়ালা (১৯৯৯)
  1. পায়ে পায়ে হেঁটে চলো
  2. যখন সময় থমকে দাঁড়ায়
  3. সাৰাদিন ৰিমঝিম
  4. সে স্বপ্নেৰ
  5. ৰিমঝিম ৰিমঝিম
  6. একা একা পথ চলা
  7. একদিন ঝড় থেমে যাবে
শ্ৰী চৰণেষু নেতৃবৃন্দ (১৯৯৯)
  1. আৰো কতকাল
  2. ৰাত বেড়েছে
  3. সমাধান
  4. অন্য ভাৰত
  5. পাহাড় দেখা
  6. ৰাজ অনুগ্ৰহ
  7. শ্ৰী চৰণেষু নেতৃবৃন্দ
  8. তোমাৰ জন্মদিন
আনতে ভোৰ (২০০০)
  1. চলো নতুন কৰে
  2. নাচে চাঁদ দিঘিৰ কালো জলে
  3. সাৰাটা দিন
  4. আঁধাৰে ভৰা ৰাতি
  5. সুদক্ষিণা, আৰ পাৰি না
  6. এক বুক আকাশ
  7. এই যে ৰক্তে ঘামে
জলসিঁড়ি (২০০০)
  1. বলো সুজন
  2. তোমাৰ স্বপন নিয়ে
  3. অঝৰ ধাৰায় শ্ৰাৱণ ঝৰে
  4. আমি কালো মেয়ে
  5. বুঝেও বুঝে না
  6. হঠাৎ হাওয়া এসে
  7. যেতে যেতে
  8. কিছু চাওয়া
চলতি এ জীৱন (২০০০)
  1. ঘুম আয়
  2. চলতি এ জীৱন
  3. গঙ্গাৰাম
  4. ঘুমঘুম নিঝুম
  5. যেতে যেতে
  6. কথা ছিল
  7. ও লিনা
নচিকেতাৰ আৱিষ্কাৰ (২০০১)
  1. সঘন মগন
  2. একদিন যাবেই চলে
  3. মেঘেদেৰ ভেলায়
  4. মাঝে মাঝে পৃথিবীটা
  5. এ কোন বাঁশুৰিয়া
  6. সবুজেৰ ফিকে ৰঙ
  7. সাৰাদিন ভেবে
  8. আকাশ যখন
প্ৰজন্ম (২০০২)
  1. হয়তো সে আমাৰই ভুল
  2. কণ্ঠ ভৰে গান দিয়েছ
  3. কি বেথায় ঝৰে যায়
  4. নিবে গেছে দ্বীপ
  5. স্বপ্ন শেষ
নচিকেতাৰ ফিৰে দেখা (২০০৩)
  1. ঝৰে যাওয়া তাৰা
  2. শুনে সাঁঝবেলাৰ সে গান
  3. ৰাত নিঝুম
  4. ইতিহাস
  5. হয়তো তোমাৰ
  6. পাশাপাশি
  7. বেলা বয়ে গেল কখন
  8. আসলে
যদি কোনো সন্ধ্যায় (২০০৩)
  1. যাও মেঘ যাও
  2. এই পথে আজও
  3. সাৰাটা আকাশ
  4. স্বপ্নেৰ পাতা ঝৰা
  5. যদি কোনো সন্ধ্যায়
  6. ফিৰে এসো
  7. কতবাৰ ছুঁয়েছি
  8. এলামেলো
বন্ধু নামো পথে (২০০৩)
  1. বন্ধু নামো পথে
  2. বনলতা
  3. ইলিশ মাছেৰ
  4. তুমি বলেছিলে
  5. যখন আমি জন্ম নিলাম
  6. ওই মৌসুমী ধৰে
  7. সাৰা জীবন ধৰে
  8. সাৰমতি এক্সপ্ৰেস
গানই শ্ৰেষ্ঠ সাধনা (২০০৪)
  1. না ৰে না, শ্ৰাবণ আৰ নয়
  2. হৃদয়ে জাগে শিহৰণ
  3. আমি এক আধফোটা সূৰ্য্যমুখি
  4. এ তো কান্না নয়
  5. কোন অপৰাধে আমি
  6. প্ৰথমে সকাল শেষে সন্ধ্যা
বনলতা (২০০৪)
  1. বন্ধু নামো পথে
  2. বনলতা
  3. ঝৰে পাগল হাওয়া
  4. আনমনে তাৰই ছবি এঁকেছি
  5. সাৰমতি এক্সপ্ৰেস
  6. যখন আমাৰ বয়েস ছিল
  7. চেনা জানা সুৰে
  8. পাখিদেৰ কুহুতান
নচিকেতাৰ হঠাৎ আবাৰ (২০০৫)
  1. যদি হঠাৎ আবাৰ
  2. দৃষ্টি ঝাপসা
  3. ফেৰা মানে
  4. মন চায়
  5. কে যে এলে
  6. কী নামে ডাকব তোমায়
  7. ধা ধা ধিন ধিন
  8. একটু দেখা
বালিকা (২০০৫)
  1. বালিকা
  2. যদি হঠাৎ আবাৰ
  3. ৰেড ৰোজ
  4. মাঝে মাঝে পৃথিবীটা
  5. সবুজেৰ ফিকে ৰং
  6. আহ্বান
  7. জ্বলে বুকে কী আগুন
  8. একদিন যাবোই চলে
  9. স্বপ্ন দেখে মন
পলাশ প্ৰিয়া (২০০৫)
  1. মায়া মেঘেৰ ছায়ায় ঢাকা
We Believe In Now A Better Tomorrow (২০০৫)
  1. Windows Open Wide
  2. দিল দৰিয়াৰ
  3. আসবেই খুশিৰ জোয়াৰ
  4. কোয়াশা জৰানো
  5. জতই বানাও তাজমহল
  6. Aazhi Alaiye
  7. আও মিলকে সাথ
মনেৰ হদিশ (২০০৬)
  1. বল মন সুখ বল
  2. এক জীৱনে
  3. কে জানে কত না
  4. মনেৰ হদিশ
  5. নিশিৰাতে, আঁধাৰেতে
  6. যে ভাবেই তুমি
  7. যা যা ফেৰাৰি মন
  8. কোথা পাবি মন
আমি নই সে আমি (২০০৮)
  1. কখন তুমি আসবে বলে
  2. নীল সামিয়ানা গায়
  3. আমি নই সে আমি
  4. যা ৰে যা ৰে যা মন
  5. হাজাৰ মুখেৰ মিছিলে
  6. এ অবেলায়
  7. বাৰে বাৰে একই ভুল
যাত্ৰা (২০০৮)
  1. বিজুৰি চমকে বৰসে
  2. ঝৰো ঝৰো বৰষে
  3. শাম ভই বিন শ্যাম
  4. পুষ্পবনে পুষ্প নাই
  5. আৰি এৰি অলি পিয়া বিন
  6. দাঁড়িয়ে আছ
  7. কেয়া জাদু ডালা
  8. বাজে কৰুণ সুৰে
  9. পুবানা চলত ভোৰ
  10. এ কী সুগন্ধ হিল্লোল
  11. ৰঙ্গ ৰঙ্গিলা বদৰা মোৰা
  12. এ কী লাবণ্যে
এবাৰ সফৰ (২০০৯)
  1. দু চোখে নীৰব ভাষা
  2. দিনমান
  3. এ আঁধাৰ ৰাত পেৰিয়ে
  4. স্কুল
  5. স্বপ্ন
  6. ভালো লাগে না হিষ্ট্ৰি
  7. মন খাৰাপ কৰা দুপুৰ
  8. অৰূপ নগৰ
ব্ৰাত্য বসুৰ নাটকেৰ গান (২০০৯)
  1. যেভাবে উড়তে হয়
  2. চোখ থেকে ঘষে ঘষে
দিন বদলেৰ গান (২০১১)
  1. তাৰ দুটো চোখে
  2. কবিতা
  3. প্ৰতিবাদ আগুন
  4. ফিৰিয়ে দাও
  5. জব্দ কৰবে কাকে
  6. যখন তোমাৰ ভাঙবে ঘুম
  7. ভয় পেও না ভয়
  8. কে দেখাবে পথ
ইশ্ক বাওৰি (২০১২)
  1. ইশক সাধনা ইশক
  2. একলা মন এই মন
  3. ফুলেৰ মত কোমল
  4. এই বৃষ্টি
  5. সোণা ঝৰা এই যে সকাল
কেনভাস (২০১৩)
  1. ভেলেণ্টাইন ওহ মাই ভেলেণ্টাইন
  2. আমাৰ একটা কথা ছিল
  3. আমি এক ঘৰ ছাড়া বাউল
  4. আমি হেমিলনেৰ বাসিয়োয়ালা
  5. আমি শান্তি চাই শান্তি চাই
  6. বাবাৰ হাত ধৰে প্ৰথম
  7. দেখেছিলাম একটি নদী
  8. কালো এক মেয়েৰ কথা
  9. ফাগুন আজ জ্বালো আগুন ফুলেৰ বনে
  10. ৰঙধুনুৰ ৰঙ দেখে যদি যানতে চাও
  11. টিলাৰ উপৰ ঘৰৰে আমাৰ
ফেৰাৰী পাখি (২০১৫)
  1. যাৰে যা
  2. আজই বসন্তে
  3. বাইৰে অনেক ৰাত
  4. ভৰা জোসনায়
  5. এই শ্ৰাৱণ বেলায়
  6. ঘুম আসে না
  7. জল কি একা
  8. কত ৰাত এলো
  9. ফুলেৰ বেথা
দ্ৰোণ এবং একলব্য (২০১৫)
  1. নাহয় একটা কথাৰ দিব্যি দিয়ে
  2. মিথ্যে নিয়ে বেচে থাকাৰ মানে
  3. মুঠো খুলে ধূলোখেলা
  4. নাইবা হলো আবাৰ দেখা
  5. খোজে গান পলকা মেঘ
  6. আমি বসে আছি
  7. ৰঙ চাঁদনে, মন বানভাসি
  8. হাওয়ায় টানা সময় গাড়ি
  9. এক ফালি ৰোধ, চিলটে হাওয়া
  10. ভীজবে বলে আমাৰ শহৰ
ঝৰা পাতা (২০১৫)
  1. এসো বৈশাখ
  2. ঝৰা পাতা
  3. তোমাৰ সাথে
  4. জোৎসনায় ভৰা
  5. কত কি
  6. এ ব্যাথা
  7. ৰাতেৰ আকাশ
  8. তুমি সূৰ্য
  9. যতনে সাজাবো
আয় ভোৰ (২০১৫)
  1. আয় ভোৰ
  2. কলেজ লাইফ
  3. ৰাজনীতি
  4. টাকা
  5. মডাৰ্ন কাওয়ালী-২ (ঝিনুকেৰ বুকে)
  6. মা নেই
  7. সুন্দৰী বাংলাদেশ
  8. শৈশৱ
  9. আলোকিত বিশ্ব
  10. একটা শালিক
  11. একলা নাবিক
  12. দিন যায়

সংকলিত এলবাম সম্পাদনা কৰক

সে প্ৰথম প্ৰেম আমাৰ (১৯৯৪)
বাটা গানেৰ ক্যাসেট
ত্ৰিবেনী (১৯৯৭)
এ্যামবিশান্ (১৯৯৭)
সময়েৰ ডানায় (১৯৯৯)
আগামী পৃথিবী শোনো (১৯৯৯)
বৃদ্ধাশ্ৰম (২০০১)
আজকেৰ জন্য (২০০৪)
HMV-ৰ সাথে নচিকেতা (২০০৫)
এখন তখন (২০০৫)
সৰকাৰী কৰ্মচাৰী (২০০৬)
গ্ৰাফিতি (২০০৬)
বেষ্ট অফ নচিকেতা (২০০৭)
সোণাৰ বাংলা-১ (২০০৭)
দিন যাপনেৰ তাৰা (২০০৭)
আনন্দগান (২০০৮)
নগৰ বাউল (২০০৮)
এৰাই সেৰা (২০১০)
বেষ্ট অফ নচিকেতা (২০১২)
বেষ্ট অফ নচিকেতা, ভলুম ২ (২০১২)
লাভ সংসঃ বেঙ্গলি হিটস (২০১২)
চোদ্দয় ১৪ (২০১২)
সময়েৰ পথ ধৰে

বঙালী চলচ্চিত্ৰ সম্পাদনা কৰক

প্ৰজাপতি (১৯৮০)
  1. ধুলো আৰ ধোঁয়া মাখা
  2. প্ৰজাপতি হতে চায় যদি মন
সেদিন চৈত্ৰমা (১৯৯৭)
  1. ওই যে পথে উড়ছে ধূলো
  2. আমি তো ছিলাম
  3. দূৰে তেপান্তৰ
এবং তুমি আৰ আমি (১৯৯৭)
  1. তিন তালে নেচে ওঠে মন
  2. আমাৰ মনেৰ এই শূন্য খাতাতে
  3. পাখিদেৰ কুহুতান
  4. মনে মনে যাৰে আমি চাইৰে
  5. হে কাৰ ইশাৰায়
  6. আনমনে যাৰে আমি চাই ৰে
হঠাৎ বৃষ্টি (১৯৯৮)*
  1. ছোট ছোট স্বপ্নেৰ দিন
  2. একদিন স্বপ্নেৰ দিন
  3. সোণালী প্ৰান্তৰে
  4. ঘুম আসে না
চুপি চুপি (২০০১)
  1. দিন যায় দিন চলে যায়
খেলাঘৰ (১৯৯৮)*
  1. মাটিৰ ভাঁড়েতে চা
  2. স্বপ্নেৰ শহৰ
  3. কখনো কখনো কি মনে কৰে হায়
  4. বুকেৰ ভেতৰ সাতটা সাগৰ
  5. আজ বদলে বদলে গেছে
  6. এই যে আঁকাবাঁকা পথে
  7. বৃষ্টিৰ জল হয়ে
চৌধুৰী পৰিবাৰ (১৯৯৮)
  1. আমি হিৰু
  2. মন বলে যায়
অনুপমা (১৯৯৯)
  1. মোনালিসা নয়
চাকা (২০০০)
  1. দুলছে মাটি
  2. হাতেৰ মুঠোয়
চোৰ ও ভগবান (২০০৩)
  1. চোৰ চোৰ
  2. তু মেৰি জান
  3. একে এক দুই হয়
স্বপ্নেৰ শহৰ (২০০১)
  1. আজ বদলে গেছে দেন
  2. আমাদেৰ জন্য
  3. দিন যায় দিন চলে যায়
  4. ফেৰিওয়ালা
  5. মাথা দেবনা
  6. নীলাঞ্জনা পৰ্ব ২
  7. পাগলা জগাই
  8. স্বপ্নেৰ শহৰ
  9. তুমি কখনো শুনেছ কি?
ৰাস্তা (২০০৩)
মেজদিদি (২০০৩)
সমুদ্ৰসাক্ষী (২০০৪)
মহুলবনীৰ সেৰেঞ (২০০৪)
  1. পাহাড়ে পথ হাঁটলে
আবাৰ আসব ফিৰে (২০০৪)
  1. জীৱনেৰ মশালে আগুন জ্বেলে দাও
কালো চিতা (২০০৪)
  1. কিসনে কাল দেখা মেৰি জান
ৰং নাম্বাৰ (২০০৪)
  1. তুমি যদি চাও একবাৰ
The BONG CONNECTION (২০০৬)
  1. পাগলা হাওয়াৰ বাদল দিনে
দশ দিন পৰে (২০০৭)
  1. কিছু ৰঙ
  2. ভালো আৰ মন্দতে
চলো, Let's Go (২০০৮)
  1. আমেজিং গ্ৰেস
খেলা (২০০৮)
  1. পালাচ্ছে দিন ৰাত্ৰি
১০:১০ (২০০৮)
  1. বনলতা
শাঁখা সিঁদূৰেৰ দিব্বি (২০০৮)
হাসিখুশি ক্লাব (২০০৯)
MADLY বঙালী (২০০৯)
  1. কে আছ কোথায়

সংগীত পৰিচালক সম্পাদনা কৰক

  • হঠাৎ বৃষ্টি (১৯৯৮)
  • সমুদ্ৰ সাক্ষী (২০০৪)
  • হোম - দ্য ইউনিটি (অপ্ৰকাশিত) (২০০৯)
  • গো ফৰ গোল (২০০৯)
  • কাটাকুটি( ২০১২)

অভিনেতা সম্পাদনা কৰক

  • এই বেশ ভালো আছি (১৯৯৩)
  • কে যায় (১৯৯৪)
  • কুয়াশা যখন (১৯৯৭)
  • খেলা (২০০৮)
  • কাটাকুটি (২০১২)

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক