নতুন সংসদ ভৱন
সংসদ ভৱন (IAST: Sansad Bhavan) হৈছে ভাৰতৰ সাংসদৰ সভা। ই দেশৰ ৰাজধানী নতুন দিল্লীত অৱস্থিত। ইয়াত লোকসভা আৰু ৰাজ্যসভা আছে, যিবোৰ ভাৰতৰ দ্বি-সদস্যীয় সংসদত ক্ৰমে নিম্ন আৰু উচ্চ সদন।
সংসদ ভৱন | |
---|---|
Sansad Bhavan | |
ভাৰতীয় সংসদ ভৱন, ২০২৩ চনৰ ২৭ মে’ত মুকলি হোৱাৰ তাৰিখত ছবিখনত দেখা গৈছে | |
সাধাৰণ তথ্য | |
প্ৰকাৰ | সংসদ |
ঠিকনা | ১১৮, ৰফি মাৰ্গ, নতুন দিল্লী, দিল্লী। |
চহৰ | নতুন দিল্লী |
দেশ | ভাৰত |
স্থানাংক | 28°37′02″N 77°12′36″E / 28.61722°N 77.21°Eস্থানাংক: 28°37′02″N 77°12′36″E / 28.61722°N 77.21°E |
Groundbreaking | ১ অক্টোবৰ ২০২০ |
সম্পূৰ্ণ | ২৮ মে’ ২০২৩ |
নক্সা আৰু নিৰ্মাণ | |
স্থাপত্যবিদ | বিমল পেটেল |
Architecture firm | এইচ চি পি ডিজাইন, প্লেনিং এণ্ড মেনেজমেণ্ট প্ৰাইভেট লিমিটেড। লিমিটেড। |
মুখ্য ঠিকাদাৰ | টাটা প্ৰজেক্টছ লিমিটেড |
অন্য তথ্য | |
আসন ক্ষমতা | ১,২৭২ (লোকসভা : ৮৮৮ ৰাজ্যসভা : ৩৮৪) |
Website | |
sansad.in |
ভাৰতৰ "চেন্ট্ৰেল ভিষ্ট্ৰা" প্ৰকল্পৰ অংশ হিচাপে নতুন দিল্লীত এই নতুন সংসদ ভৱনটো নিৰ্মাণ কৰা হয়। ২০২৩ চনৰ ২৮ মে' তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক উদ্বোধন কৰে।[1]
"চেণ্ট্ৰেল ভিষ্ট্ৰা" ৰফি মাৰ্গত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে পুৰণি সংসদ ভৱন, বিজয় চʼক, ইণ্ডিয়া গেট, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, উপ-ৰাষ্ট্ৰপতিৰ গৃহ, হায়দৰাবাদ হাউচ, সচিবালয় ভৱন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু বাসগৃহ, মন্ত্ৰী ভৱন আদিয়ে আগুৰি আছে।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "New Parliament will make every Indian proud, says PM". The Indian express. https://indianexpress.com/article/india/new-parliament-building-inauguration-news-live-updates-supreme-court-droupadi-murmu-bjp-opposition-8629698/lite/&ved=2ahUKEwjKt_rrppX_AhWsSGwGHcT9CB8QFnoECBIQAQ&usg=AOvVaw29X1F10jdL3o_Ejw_uqlir.[সংযোগবিহীন উৎস]