নাৰিকলৰ গাখীৰ
নাৰিকলৰ গাখীৰ হৈছে কুটি লোৱা নাৰিকলৰ পৰা উলিওৱা তৰল পদাৰ্থ।[1] নাৰিকলৰ গাখীৰ অস্বচ্ছ আৰু সোৱাদযুক্ত হয়। ইয়াত অধিক পৰিমাণে তেল থাকে, যাৰ বেছিভাগেই সংপৃক্ত চৰ্বি।[2] নাৰিকলৰ গাখীৰ দক্ষিণ-পূব এছিয়া, কেৰেবিয়ান আৰু উত্তৰ দক্ষিণ আমেৰিকাত খোৱা এক জনপ্ৰিয় খাদ্য উপাদান।[3][4]
এখন বাচনত নাৰিকলৰ গাখীৰ | |
অঞ্চল | ট্ৰপিক্যাল অঞ্চল |
---|---|
মুখ্য উপাদান | নাৰিকল |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Coconut milk". Philippine Coconut Authority. ২০১৪. Archived from the original on 2020-11-06. https://web.archive.org/web/20201106130020/http://www.pca.da.gov.ph/pdf/techno/coconut_milk.pdf। আহৰণ কৰা হৈছে: ২২ ছেপ্টেম্বৰ ২০১৬.
- ↑ Hedge, Pandurang. "Coconut farming: A tough nut to crack". Deccan Herald. https://www.deccanherald.com/opinion/coconut-farming-a-tough-nut-to-crack-2842105.
- ↑ Pappas, Sophia. "Everything You Ever Wanted to Know About Coconut Milk". eater.com. https://www.eater.com/2021/6/28/22351190/what-is-coconut-milk-how-to-use-cooking-recipes.
- ↑ "Coconut milk in world cuisine: from origin to current trends". mooijer.nl. https://www.mooijer.nl/en/knowledge-base/coconut-milk-in-world-cuisine-from-origin-to-current-trends/.