নাৰিকলৰ গাখীৰ হৈছে কুটি লোৱা নাৰিকলৰ পৰা উলিওৱা তৰল পদাৰ্থ।[1] নাৰিকলৰ গাখীৰ অস্বচ্ছ আৰু সোৱাদযুক্ত হয়। ইয়াত অধিক পৰিমাণে তেল থাকে, যাৰ বেছিভাগেই সংপৃক্ত চৰ্বি। নাৰিকলৰ গাখীৰ দক্ষিণ-পূব এছিয়া, কেৰেবিয়ান আৰু উত্তৰ দক্ষিণ আমেৰিকাত খোৱা এক জনপ্ৰিয় খাদ্য উপাদান।

নাৰিকলৰ গাখীৰ

এখন বাচনত নাৰিকলৰ গাখীৰ
অঞ্চল ট্ৰপিক্যাল অঞ্চল
মুখ্য উপাদান নাৰিকল

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Coconut milk". Philippine Coconut Authority. ২০১৪. Archived from the original on 2020-11-06. https://web.archive.org/web/20201106130020/http://www.pca.da.gov.ph/pdf/techno/coconut_milk.pdf। আহৰণ কৰা হৈছে: ২২ ছেপ্টেম্বৰ ২০১৬.