নীলফামাৰী জিলা
নীলফামাৰী জিলা হৈছে বাংলাদেশৰ উত্তৰে অৱস্থিত ৰংপুৰ বিভাগৰ এখন জিলা। ভাৰতৰ সীমাত থকা এই জিলাখন ছখন উপজিলাত ভাগ কৰা হৈছে। নীলফামাৰী এই জিলাৰ সদৰ।
ভৌগোলিক অৱস্থিতি
সম্পাদনা কৰকনীলফামাৰী জিলাৰ চাৰিসীমা হ'ল: উত্তৰে ভাৰতৰ পশ্চিমবঙ্গ ৰাজ্যৰ জলপাইগুড়ি জিলা, দক্ষিণে দিনাজপুৰ আৰু ৰংপুৰ জিলা, পূবে লালমনিৰহাট জিলা, আৰু পশ্চিমে পঞ্চগড় আৰু ঠাকুৰগঞ্জ জিলা। জিলাখনৰ মাটিকালি মুঠ ১৬৪৩.৪০ বৰ্গকিলোমিটাৰ।
জনগাঁথনি
সম্পাদনা কৰক২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ মুঠ জনসংখ্যা ১৯,০৭,৪৯৭ জন।[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Country Comparison:Population" (ইংৰাজী ভাষাত). Central Intelligence Agencywww.cia.gov. Archived from the original on 2011-09-27. https://web.archive.org/web/20110927165947/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html। আহৰণ কৰা হৈছে: 25 ফেব্ৰুৱাৰী 2017. "150 LESOTHO 1,953,070 JULY 2016 EST."