নীলা চৰাই
নীলা চৰাই হৈছে অসমীয়া ভাষাৰ এখন মাহেকীয়া অনলাইন আলোচনী। ২০১২ চনৰ জানুৱাৰীত এই আলোচনীখন প্ৰথম প্ৰকাশ হয়।
Type of site |
অসমীয়া অনলাইন আলোচনী। |
---|---|
Available in | ১ |
Headquarters | অসম |
Owner | নীলা চৰাই |
URL | nilacharai.com |
Commercial | অব্যৱসায়িক |
Launched | জানুৱাৰী, ২০১২ |
পৰিচালনা
সম্পাদনা কৰকআলোচনীখনৰ মুখ্য সম্পাদক পল্লৱপ্ৰাণ গোস্বামী। সম্পাদক, ব্যৱস্থাপক সমন্বিতে ৯ জনীয়া এটি কৰ্মদলে আলোচনীখন পৰিচালনা কৰে।[1]
উদ্দেশ্য আৰু লক্ষ্য
সম্পাদনা কৰকমৌলিক, চিন্তা উদ্ৰেককাৰী আৰু নতুনত্ব থকা লেখা, আলোকচিত্ৰ, ছবি আদি প্ৰকাশেৰে অসমীয়া ভাষা-সাহিত্যলৈ ইউনিক’ডৰ মাধ্যমেৰে অৱদান আগবঢ়োৱা এই আলোচনীখনৰ উদ্দেশ্য।[2]
নীলা চৰাইৰ অন্যান্য আঁচনি
সম্পাদনা কৰককলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পিছত 'অসমীয়া কৃষ্টিৰ চমু আভাস' নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। দুষ্প্ৰাপ্য পুস্তিকাখনি ধাৰাবাহিক ৰূপত 'নীলা চৰাই'ত প্ৰকাশ কৰা হৈছে।[3]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "নেপথ্য, নীলা চৰাই". Archived from the original on 2013-01-07. https://web.archive.org/web/20130107060641/http://www.nilacharai.com/nepathya/। আহৰণ কৰা হৈছে: 2012-10-09.
- ↑ "যোগাযোগ, নীলা চৰাই". Archived from the original on 2013-01-07. https://web.archive.org/web/20130107060358/http://www.nilacharai.com/%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BE%E0%A6%AF%E0%A7%8B%E0%A6%97/। আহৰণ কৰা হৈছে: 2012-10-09.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2016-02-02. https://web.archive.org/web/20160202155345/http://nilacharai.com/axamiya-kristi-01/। আহৰণ কৰা হৈছে: 2012-10-09.