মূল মেনু খোলক


নেইমাৰ ডা ছিলভা ছাণ্টোছ জুনিয়ৰ বা চমুকৈ নেইমাৰ(পৰ্তুগীজ উচ্চাৰণ: [nejˈmaʁ dɐ ˈsiwvɐ ˈsɐ̃tus ˈʒũɲoʁ];জন্ম ৫ ফেব্ৰুৱাৰী, ১৯৯২) এজন পেছাদাৰী ব্ৰাজিলিয়ান ফুটবল খেলুৱৈ। তেওঁ ফৰাচী ক্লাব পেৰিছ ছেইণ্ট জাৰ্মান (Paris Saint-Germain F.C.) আৰু ব্ৰাজিলৰ জাতীয় ফুটবল দলৰ সদস্য। তেওঁ ফৰৱাৰ্ড বা উইংগাৰ হিচাপে খেলে।

নেইমাৰ
20180610 FIFA Friendly Match Austria vs. Brazil Neymar 850 1705.jpg
নেইমাৰ
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামনেইমাৰ ডা ছিলভা ছাণ্টোছ জুনিয়ৰ[1]
জন্মফেব্ৰুৱাৰী ০৫ , ১৯৯২[1]
জন্মস্থানমগি দাস ক্ৰুজেছ(Mogi das Cruzes), ব্ৰাজিল[1]
উচ্চতা1.75 মিটাৰ (U=ft}})[2]
খেলা স্থানফৰৱাৰ্ড, উইংগাৰ
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাবপেৰিছ ছেইণ্ট জাৰ্মান
সংখ্যা১১
যুৱ কেৰিয়াৰ
১৯৯৯-২০০৩পৰ্তুগিজা ছাণ্টিস্তা(Portuguesa Santista)
২০০৩-২০০৯ছাণ্টোছ(Santos)
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
২০০৯-২০১৩ছাণ্টোছ(Santos)১০৩(৫৪)
২০১৩–২০১৭বাৰ্চিলোনা(Barcelona)১২৩(৬৮)
২০১৭-পেৰিছ ছেইণ্ট জাৰ্মান এফ চি২০(১৯)
ৰাষ্ট্ৰীয় দল
২০০৯ব্ৰাজিল অনুৰ্দ্ধ ১৭(১)
২০১১ব্ৰাজিল অনুৰ্দ্ধ ২০(৯)
২০১২ব্ৰাজিল অনুৰ্দ্ধ ২৩(৪)
২০১০–ব্ৰাজিল জাতীয় দল৮৫(৫৫)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ 22:36, 17 May 2014 (UTC).


‡ National team caps and goals correct as of 21:11, 17 June 2014 (UTC)


তথ্য সংগ্ৰহসম্পাদনা কৰক