প'লিছ ৱিকিপিডিয়া
প'লিছ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ প'লিছ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 15,27,472 প্ৰবন্ধ আছে।
![]() | |
---|---|
![]() | |
ইউ আৰ এল | pl.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
পৰিসংখ্যাসম্পাদনা কৰক
২০২২ চনত প'লিছ ৱিকিপিডিয়াৰ ১৫,২৭,৪৭২ টা প্ৰবন্ধ, ১১,৭৯,০০০ গৰাকী সম্পাদক, ১০২ গৰাকী প্ৰশাসক আৰু ২৬২ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৬,৭২,৯৩,৭৩২।[1]