পখীতীৰ্থ (ইংৰাজী: Pokhitirtho) বা চামগুৰি বিল হৈছে নগাঁও চহৰৰ পৰা প্ৰায় ষোল্ল কিলোমিটাৰ দূৰত্বত অৱস্থিত এখনি জলভূমি। বিভিন্ন সময়ত ইয়ালৈ পৰিভ্ৰমী পখীৰ আগমন ঘটে বাবে এই বিলখনক পখীতীৰ্থ বুলি কোৱা হয়। [1]

পখীতীৰ্থ
26.4261129,92.8602646
পখীতীৰ্থ, চামগুৰি বিল
পখীতীৰ্থ is located in Assam
পখীতীৰ্থ
অসমত স্থান
ভূ-স্থানাংক 26°26′N 92°52′E / 26.43°N 92.86°E / 26.43; 92.86
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা নগাঁও

চমু বিৱৰণ সম্পাদনা কৰক

 
২০১৪ চনৰ ২৯ জুনত মুকলি কৰা চামগুৰি বিলৰ ওপৰৰ ৰজ্জুপথটো পৰৱৰ্তী সময়ত অচল হৈ পৰে৷

কলং নদীৰ পৰিত্যক্ত পথৰ দ্বাৰা চামগুৰি বিলখন সৃষ্টি কৰা হৈছিল৷[1]

২০১৪ চনৰ ২৯ জুনত এই বিলৰ ওপৰত নিৰ্মাণ কৰা ৰজ্জুপথটো মুকলি কৰা হৈছিল৷ বৰ্তমান এই সেৱা বন্ধ৷ [2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "Places of Tourist interest in Nagaon". Govt. of Assam, Nagaon District. Archived from the original on 13 August 2019. https://web.archive.org/web/20190813221228/https://nagaon.gov.in/portlets/tourism-in-nagaon। আহৰণ কৰা হৈছে: 27 October 2020. 
  2. "Samaguri lake mini passenger ropeway opened". Assam tribune. June 30, 2014. Archived from the original on 31 October 2020. https://web.archive.org/web/20201031024555/http://www.assamtribune.com/scripts/detailsnew.asp?id=jun3014/state06। আহৰণ কৰা হৈছে: 27 October 2020.