পদাৰ্থ বিজ্ঞানৰ সাধাৰণ সাংকেতিক চিহ্নসমূহৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
এইখন এখন পদাৰ্থ বিজ্ঞানৰ সাধাৰণ সাংকেতিক চিহ্নসমূহৰ তালিকা। তালিকাখনত গাঢ় আখৰেৰে সূচোৱা ৰাশি কেইটা ভেক্টৰ ৰাশি।
লেটিন আখৰ
সম্পাদনা কৰকচিহ্ন | অৰ্থ | জোখৰ SI একক |
---|---|---|
চুম্বকীয় ভেক্টৰ বিভৱ (magnetic vector potential) | টেচলা মিটাৰ (T⋅m) | |
ক্ষেত্ৰফল (area) | বৰ্গ মিটাৰ (m2) | |
ভৰ সংখ্যা (Mass number) | ||
বিস্তাৰ (amplitude) | মিটাৰ | |
ত্বৰণ (acceleration) | মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড (m/s2) | |
চুম্বকীয় অভিবাহ ঘনত্ব (magnetic flux density) চুম্বক ক্ষেত্ৰ ঘনত্ব বা চুম্বকীয় আৱেশ বুলিও কোৱা হয়। |
টেচলা (T) | |
ধাৰকত্ব (capacitance) | ফাৰাড (F) | |
তাপ ধাৰকত্ব (heat capacity) | জুল প্ৰতি কেলভিন (J K−1) | |
অনুকলন ধ্ৰুৱক (constant of integration) | ||
শূন্যত পোহৰৰ বেগ (speed of light in vacuum) | ২৯৯,৭৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড (m/s) | |
শব্দৰ বেগ (speed of sound) | ৩৪০.২৯ মিটাৰ প্ৰতি ছেকেণ্ড (m/s) | |
আপেক্ষিক তাপ ধাৰকত্ব (specific heat capacity) | জুল প্ৰতি কিলোগ্ৰাম প্ৰতি কেলভিন (J kg−1 K−1) | |
সান্দ্ৰতা ডেম্পিং গুণাংক (viscous damping coefficient) | কিলোগ্ৰাম প্ৰতি ছেকেণ্ড (kg/s) | |
বৈদ্যুতিক সৰণ ক্ষেত্ৰ (electric displacement field) বৈদ্যুতিক অভিবাহ ঘনত্ব বুলিও কোৱা হয়। |
কুলম্ব প্ৰতি বৰ্গ মিটাৰ (C/m2) | |
ঘনত্ব (density) | কিলোগ্ৰাম প্ৰতি ঘন মিটাৰ (kg/m3) | |
দূৰত্ব (distance) | মিটাৰ (m) | |
দিশ (direction) | এককবিহীন | |
সংঘৰ্ষ প্ৰাচল | মিটাৰ (m) | |
ব্যাস (diameter) | মিটাৰ (m) | |
বৈদ্যুতিক ক্ষেত্ৰ (electric field) | নিউটন প্ৰতি কুলম্ব (N C−1) | |
শক্তি (ইংৰাজী: energy) | জুল (J) | |
ইয়ঙৰ গুণাংক (Young's Modulus) | পাস্কেল (Pa) বা নিউটন প্ৰতি বৰ্গ মিটাৰ (N/m2) বা কিলোগ্ৰাম প্ৰতি মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড (kg·m−1·s−2) | |
উৎকেন্দ্ৰতা (eccentricity) | এককবিহীন | |
২.৭১৮২৮..., ইলেকট্ৰন (electron), মৌলিক আধান (elementary charge) | ||
বল (force) | নিউটন (N) | |
কম্পনাংক (frequency) | হাৰ্জ (Hz) | |
ফলন (function) | ||
ঘৰ্ষণ (friction) | নিউটন (N) | |
মহাকৰ্ষণিক ধ্ৰুৱক (gravitational constant) | নিউটন বৰ্গ মিটাৰ প্ৰতি বৰ্গ কিলোগ্ৰাম (N m2/kg2) | |
মাধ্যাকৰ্ষণিক ত্বৰণ (acceleration due to gravity) | মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড (m/s2) | |
চুম্বক ক্ষেত্ৰ (magnetic field strength) | এম্পিয়াৰ প্ৰতি মিটাৰ (A/m) | |
হেমিল্টনিয়ান (Hamiltonian) | জুল (J) | |
উচ্চতা (height) | মিটাৰ (m) | |
প্লাংকৰ ধ্ৰুৱক (Planck's constant) | জুল ছেকেণ্ড (J s) | |
ক্ৰিয়া (action) | জুল ছেকেণ্ড (J s) | |
প্ৰাবল্য (intensity) | ৱাট প্ৰতি বৰ্গ মিটাৰ (W/m2) | |
শব্দ প্ৰাবল্য (sound intensity) | ৱাট প্ৰতি বৰ্গ মিটাৰ (W/m2) | |
বিদ্যুৎ প্ৰবাহ (electric current) | এম্পিয়াৰ (A) | |
জড় ভ্ৰামক (moment of inertia) | কিলোগ্ৰাম বৰ্গ মিটাৰ (kg m2) | |
কাৰ্টেছিয়ান x-অক্ষত একক ভেক্টৰ (Cartesian x-axis basis unit vector) | এককবিহীন | |
মুক্ত প্ৰবাহ ঘনত্ব (free current density) | এম্পিয়াৰ প্ৰতি বৰ্গ মিটাৰ (A/m2) | |
বলৰ ঘাত (impulse) | কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড (kg m/s) | |
কাৰ্টেছিয়ান y-অক্ষত একক ভেক্টৰ (Cartesian y-axis basis unit vector) | এককবিহীন | |
গতিশক্তি (kinetic energy)
2π/λ |
জুল (J) | |
বল্টজমেন ধ্ৰুৱক (Boltzmann constant) | জুল প্ৰতি কেলভিন (J/K) | |
তৰংগ সংখ্যা (wavenumber) | ৰেডিয়ান প্ৰতি মিটাৰ (m−1) | |
কাৰ্টেছিয়ান z-অক্ষত একক ভেক্টৰ (Cartesian z-axis basis unit vector) | এককবিহীন | |
আৱেশ গুণাংক (inductance) | হেনৰী (H) | |
স্বয়ংপ্ৰভা (luminosity) | ৱাট (W) | |
কৌণিক ভৰবেগ (angular momentum) | নিউটন মিটাৰ ছেকেণ্ড (N m s or kg m2 s−1) | |
লাগ্ৰাঞ্জিয়ান (Lagrangian) | জুল (J) | |
দৈৰ্ঘ্য (length) | মিটাৰ (m) | |
চুম্বকন (magnetization) | এম্পিয়াৰ প্ৰতি মিটাৰ (A/m) | |
বলভ্ৰামক বা টৰ্ক (moment of force or torque) | নিউটন মিটাৰ (N m) | |
ভৰ (mass) | কিলোগ্ৰাম (kg) | |
পাৰমাণৱিক সংখ্যা (atomic number) | এককবিহীন | |
প্ৰতিসৰণাংক (refractive index) | এককবিহীন | |
মূখ্য কোৱান্টাম সংখ্যা (principle quantum number) | এককবিহীন | |
ক্ষমতা (power) | ৱাট (W) | |
ভৰবেগ (momentum) | কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড (kg m/s) | |
চাপ (pressure) | পাস্কেল(Pa) | |
বৈদ্যুতিক আধান (electric charge) | কুলম্ব(C) | |
তাপ (Heat) | জুল (J) | |
বৈদ্যুতিক ৰোধ (electrical resistance) | ওম (Ω) | |
ৰিক্কি টেনছৰ (Ricci tensor) | এককবিহীন | |
ৰেডিয়েন্সি (radiancy) | ||
গেছ ধ্ৰুৱক (gas constant) | জুল প্ৰতি কিলোগ্ৰাম কেলভিন (J/kgK) | |
অৱস্থান ভেক্টৰ বা ব্যাসাৰ্ধ ভেক্টৰ (position vector or radius vector) | মিটাৰ (m) | |
পৃষ্ঠকালি (surface area) | বৰ্গ মিটাৰ (m2) | |
এনট্ৰ'পি (entropy) | জুল প্ৰতি কেলভিন (J/K) | |
ক্ৰিয়া (action) | ||
চাপ দৈৰ্ঘ্য (arc length) | মিটাৰ (m) | |
সৰণ (displacement) | ||
পৰ্যায়কাল (period) | ছেকেণ্ড(s) | |
পৰম উঞ্চতা (absolute temperature) | কেলভিন(K) | |
সময় (time) | ছেকেণ্ড(s) | |
বিভৱ শক্তি (potential energy) | জুল (J) | |
আভ্যন্তৰীণ শক্তি (internal energy) | জুল (J) | |
শক্তি ঘনত্ব (energy density) | জুল প্ৰতি ঘন মিটাৰ (J/m3) | |
ভ'ল্টেজ বা বিভৱভেদ (voltage or potential difference) | ভ'ল্ট (V) | |
আয়তন (volume) | ঘন মিটাৰ (m3) | |
বেগ (velocity) | মিটাৰ প্ৰতি ছেকেণ্ড (m/s) | |
যান্ত্ৰিক কাৰ্য্য (mechanical work) | জুল (J) | |
প্ৰস্থ (width) | মিটাৰ (m) | |
সৰণ (displacement) | মিটাৰ (m) | |
বৈদ্যুতিক ইম্পিডেন্স (electrical impedance) | ওম (Ω) |
গ্ৰীক আখৰ
সম্পাদনা কৰকচিহ্ন | নাম | অৰ্থ | জোখৰ SI একক |
---|---|---|---|
আলফা | কৌণিক ত্বৰণ | ৰেডিয়ান প্ৰতি বৰ্গ ছেকেণ্ড (rad/s2) | |
বিটা | পোহৰৰ বেগ (c) | এককবিহীন | |
গামা | লৰেন্টজ্ ফেক্টৰ | এককবিহীন | |
ফ'টন | |||
গামা ৰশ্মি | |||
ৰূপ বিকৃতি | |||
তাপ ধাৰকত্ব অনুপাত | এককবিহীন | ||
ডেল্টা | এটা চলকৰ পৰিৱৰ্তন (অৰ্থাত্ ) | এককবিহীন | |
লাপ্লাছ্ অ'পাৰেটৰ | |||
সৰণ | |||
এপচাইলন | বিদ্যুত মাধ্যমাংক | ফাৰাড প্ৰতি মিটাৰ (F/m) | |
বিকৃতি | এককবিহীন | ||
এপচাইলন নট | শূন্যৰ বিদ্যুত মাধ্যমাংক | ||
জিটা | ডেম্পিং অনুপাত | এককবিহীন | |
ইটা | শক্তিৰ কাৰ্যক্ষমতা | এককবিহীন | |
সান্দ্ৰতা গুণাংক | পাস্কেল ছেকেণ্ড (Pa s) | ||
থিটা | কৌণিক সৰণ | ৰেডিয়ান (rad) | |
কাপ্পা | ট'ৰছন গুণাংক (torsion constant) | নিউটন মিটাৰ প্ৰতি ৰেডিয়ান (N m/rad) | |
লেমডা | মহাজাগতিক ধ্ৰুৱক | প্ৰতি বৰ্গ ছেকেণ্ড (s−2) | |
তৰংগ দৈৰ্ঘ্য | মিটাৰ (m) | ||
আইগেন মান (eigen value) | অশূন্য ভেক্টৰ | ||
মিউ | চুম্বকীয় ভ্ৰামক | এম্পিয়াৰ বৰ্গ মিটাৰ (A m2) | |
ঘৰ্ষণ গুণাংক | এককবিহীন | ||
গতিশীল সান্দ্ৰতা | পাস্কেল ছেকেণ্ড (Pa s) | ||
প্ৰৱেশ্যতা (বিদ্যুত চুম্বকত্ব) | হেনৰি প্ৰতি মিটাৰ (H/m) | ||
মাধ্যাকৰ্ষণিক প্ৰাচল | |||
নিউ | কম্পনাংক | হাৰ্জ (Hz) | |
কাইনেমেটিক সান্দ্ৰতা (kinematic viscosity) | বৰ্গ মিটাৰ প্ৰতি ছেকেণ্ড (m2/s) | ||
পাই | ৩.১৪১৫৯... (অপৰিমেয় সংখ্যা) | ||
ৰ' | ঘনত্ব | কিলোগ্ৰাম প্ৰতি ঘন মিটাৰ (kg/m3) | |
মুক্ত বৈদ্যুতিক আধান ঘনত্ব | কুলম্ব প্ৰতি ঘন মিটাৰ (C/m3) | ||
ৰোধকত্ব | ওম মিটাৰ ( m) | ||
ছিগমা | যোগ অপাৰেটৰ | ||
ছিগমা | বিদ্যুত পৰিবাহিতা | ছিমেন প্ৰতি মিটাৰ (S/m) | |
প্ৰতিচাপ | |||
টাউ | টৰ্ক | নিউটন মিটাৰ (N m) | |
ৰূপ প্ৰতিচাপ | |||
সময় ধ্ৰুৱক | ছেকেণ্ড (s) | ||
৬.২৮৩১৮... (2π) | |||
ফাই | চুম্বকীয় অভিবাহ | ৱেবাৰ (Wb) | |
ফাই | বৈদ্যুতিক বিভৱ
হিগছ্ ক্ষেত্ৰ কাৰ্য্য ফলন |
||
জাই | তৰংগ ফলন | এককবিহীন | |
ওমেগা | কৌণিক কম্পনাংক
2πf |
ৰেডিয়ান প্ৰতি ছেকেণ্ড (rad/s) | |
ওমেগা | বৈদ্যুতিক ৰোধ | ওম |
অন্যান্য আখৰ
সম্পাদনা কৰকচিহ্ন | নাম | অৰ্থ | জোখৰ SI একক |
---|---|---|---|
নেবলা ডট | ডাইভাৰজেন্স অ'পাৰেটৰ ডেল ডট বুলি উচ্চাৰণ কৰা হয়। |
প্ৰতি মিটাৰ (m−1) | |
নেবলা ক্ৰছ | কাৰ্ল অ'পাৰেটৰ ডেল ক্ৰছ বুলি উচ্চাৰণ কৰা হয়। |
প্ৰতি মিটাৰ (m−1) | |
নেবলা | ডেল (ডিফাৰেন্সিয়েল অ'পাৰেটৰ) | ||
ডেল্টা | লাপ্লাছ্ অ'পাৰেটৰ | প্ৰতি বৰ্গ মিটাৰ (m−2) | |
"ডাৰ", "ড'", "ডাই", "পাৰ্চিয়েল" বা "d" | পাৰ্চিয়েল ডিৰাইভেটিভ (অৰ্থাৎ ) | ||
ডি'এলাৰ্মবাৰ্টছ্ অ'পাৰেটৰ |