পদ্মশ্ৰী ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।

পদ্মশ্ৰী
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী ৰাষ্ট্ৰীয়
প্ৰতিষ্ঠা 1954
প্ৰথমবাৰ প্ৰদান 1954
অন্তিমবাৰ প্ৰদান 2010
মুঠ প্ৰদানৰ সংখ্যা 2420
প্ৰদানকৰ্তা ভাৰত চৰকাৰ
বঁটাৰ মৰ্যদা
পদ্মভূষণপদ্মশ্ৰী<নাই>

বঁটাৰ গঠন সম্পাদনা কৰক

ইয়াৰ স্মাৰকটোও পদ্মবিভূষণ আৰু পদ্মভূষণ থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, পাঁচটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে। পদকটোৰ উপৰ আৰু তলত 'পদ্ম' আৰু 'শ্ৰী' শব্দ দূটা লিপিবদ্ধ কৰা আছে। ওপৰৰ দিশত বিভিন্ন জ্যামিতিক আকাৰৰ ছবিও আছে।

২০২১ বৰ্ষলৈকে ৩২২৫ গৰাকী ব্যক্তিক এই সন্মান দিয়া হৈছে। ২০২২ বৰ্ষত ১০৭ গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে।[1][2][3][4]

পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Padma Awards | Interactive Dashboard" (en ভাষাত). www.dashboard-padmaawards.gov.in. http://www.dashboard-padmaawards.gov.in/?Award=Padma%20Shri। আহৰণ কৰা হৈছে: 15 February 2020. 
  2. "Padma Awards 2022 list Padma Vibhusan, padma bhusan and padma shri" (en-US ভাষাত). STUDYKARLO.COM. 26 January 2022. https://studykarlo.com/padma-awards-2022/। আহৰণ কৰা হৈছে: 26 January 2022. 
  3. "Padma Shri Awardees". Ministry of Communications and Information Technology. http://india.gov.in/myindia/padmashri_awards_list1.php। আহৰণ কৰা হৈছে: 2009-06-28. 
  4. "This Year's Padma Awards announced" (Press release). Ministry of Home Affairs. 25 January 2010. http://www.pib.nic.in/release/release.asp?relid=57307। আহৰণ কৰা হৈছে: 25 January 2010. 

বাহ্যিক সংযোগ সম্পাদনা কৰক