পাইৰেন' মিটাৰ
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
পাইৰেন' মিটাৰ (ইংৰাজী: Pyranometer) হৈছে সৌৰ বিকিৰণ মাপ কৰা এবিধ সঁজুলি। পাইৰন'মিটাৰ চলাবলৈ ব্যাহিক বিদ্যুৎ শক্তিৰ প্ৰয়োজন নহয়,অৱশ্যে বৰ্তমান হাইব্ৰিড চিষ্টেমত বিদ্যুৎ সংযোগো কৰা যায়। গ্ৰীক ভাষাৰ পাইয়াৰ আৰু এন' শব্দৰ পৰা পাইৰেন' মিটাৰ শব্দটো দিয়া হৈছে,যাৰ অৰ্থ হৈছে ক্ৰমে জুই আৰু আকাশৰ ওপৰত।
প্ৰকাৰ
সম্পাদনা কৰক- থাৰ্ম'পাইল পাইৰেন' মিটাৰ
- ফ'ট'ভলেটিক পাইৰেন' মিটাৰ