পাইৰেন' মিটাৰ (ইংৰাজী: Pyranometer) হৈছে সৌৰ বিকিৰণ মাপ কৰা এবিধ সঁজুলি। পাইৰন'মিটাৰ চলাবলৈ ব্যাহিক বিদ্যুৎ শক্তিৰ প্ৰয়োজন নহয়,অৱশ্যে বৰ্তমান হাইব্ৰিড চিষ্টেমত বিদ্যুৎ সংযোগো কৰা যায়। গ্ৰীক ভাষাৰ পাইয়াৰ আৰু এন' শব্দৰ পৰা পাইৰেন' মিটাৰ শব্দটো দিয়া হৈছে,যাৰ অৰ্থ হৈছে ক্ৰমে জুই আৰু আকাশৰ ওপৰত।

MS-80 Class A Fast response and Spectrally flat Pyranometer
এক পাইৰেন' মিটাৰ

প্ৰকাৰ সম্পাদনা কৰক

  • থাৰ্ম'পাইল পাইৰেন' মিটাৰ
  • ফ'ট'ভলেটিক পাইৰেন' মিটাৰ