পঞ্জাব (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

পঞ্জাব দুখন আছে, এখন ভাৰতত আৰু ইখন পাকিস্তানত, দুইখন লগালগি। দেশ বিভাজনৰ সময়ত পঞ্জাবক ভাৰত আৰু পাকিস্তানৰ মাজত দুভাগ কৰা হৈছিল। তলৰ লিংকত দুইখনৰ ৱিকিপিডিয়া লিংক দিয়া হৈছে।