পান'ছ পানায় (মাইক্ৰ'ছফ্ট)
পান'ছ ক'ষ্টা পানায় (গ্ৰীক: Πάνος Κώστα Παναή)[1] এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী বিষয়া আৰু মাইক্ৰ'ছফ্টৰ ৱিণ্ড'জ+ ডিভাইচসমূহৰ মুখ্য উৎপাদন বিষয়া।[2][3][4] তেওঁ ৱিণ্ড'জ ক্লায়েণ্ট অপাৰেটিং ছিষ্টেমৰ লগতে ছাৰ্ফে'চ প্ৰডাক্ট আৰু সম্পৰ্কীয় হাৰ্ডৱেৰৰ বিকাশ তদাৰক কৰে।[5]
পান'ছ পানায় এম.বি.এ. বি.এছ.চি. | |
---|---|
জন্ম | পান'ছ ক'ষ্টা পানায় আমেৰিকা যুক্তৰাষ্ট্ৰ |
শিক্ষানুষ্ঠান | কেলিফৰ্ণিয়া ৰাজ্যিক বিশ্ববিদ্যালয়, নৰ্থৰিড্জ |
পেচা | মাইক্ৰ'ছফ্টৰ মুখ্য উৎপাদন বিষয়া |
জনা যায় | ছাৰ্ফে'চ |
পানায়ে ২৪ জুন, ২০২১ তাৰিখে ৱিণ্ড'জ এক্সপিৰিয়েঞ্চ ব্লগত ৱিণ্ড'জ ১১ উন্মোচন কৰিছিল।[6]
ব্যক্তিগত জীৱন
সম্পাদনা কৰকপানায়ে পেপাৰডাইন বিশ্ববিদ্যালয়ৰ পৰা এম.বি.এ. আৰু নৰ্থৰিড্জৰ কেলিফৰ্ণিয়া ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰা বি.এছ.চি. ডিগ্ৰী লাভ কৰিছিল।
কৰ্ম-জীৱন
সম্পাদনা কৰকপানায় ২০০০ চনৰ পৰা ২০০৪ চনলৈকে মিচিগানৰ এন.এম.বি. টেকন'লজীজত (মাইনবিয়ামিটচুমিৰ এটা গৌণ কোম্পানী) বৈদ্যুতিন সাজ-সৰঞ্জামৰ দায়িত্বত আছিল।[7][8]
মাইক্ৰ'ছফ্ট
সম্পাদনা কৰকপানায়ে ২০০৪ চনত মাইক্ৰ'ছফ্টত যোগদান কৰে। তেওঁ ছাৰ্ফে'চ প্ৰডাক্টসমূহৰ বিকাশৰ বাবে জনাজাত।[9][10][11]
টোকা
সম্পাদনা কৰক- ↑ Χαράλαμπος Ζάκος, "Κύπριος έφτιαξε τον υπολογιστή της Microsoft «Surface»-Θα βραβευτεί στο Προεδρικό από τον CIPA", NewsBomb Cyprus June 22, 2017 Archived June 23, 2017, at the Wayback Machine
- ↑ "Panos Panay (Bio)", Microsoft News Center
- ↑ Panos Panay, "Introducing Windows 11", Windows Experience Blog, June 24, 2021
- ↑ "Microsoft to combine Windows Client and Surface teams under product chief Panos Panay" (en-US ভাষাত). TechSpot. https://www.techspot.com/news/83914-microsoft-combine-windows-client-surface-teams-under-product.html। আহৰণ কৰা হৈছে: 2020-08-10.
- ↑ Foley, Mary Jo. "Microsoft to combine its Windows client and hardware teams under Chief Product Officer Panos Panay". ZDNet. https://www.zdnet.com/article/microsoft-to-combine-its-windows-client-and-hardware-teams-under-chief-product-officer-panos-panay/। আহৰণ কৰা হৈছে: 16 November 2020.
- ↑ Panos Panay, "Introducing Windows 11", Windows Experience Blog, June 24, 2021
- ↑ "Panos Panay to Be Honored At the CIPA International Investment Awards Ceremony", Gold News, June 22, 2017 Archived July 9, 2021, at the Wayback Machine
- ↑ "Panos Panay" on LinkedIn
- ↑ Lance Ulanoff, "With Surface, Microsoft is building a premium brand", Mashable June 15, 2017
- ↑ Spence, Ewan. "Panos Panay, The Humble Heart Of Success Inside Microsoft’s Surface Hardware" (en ভাষাত). Forbes. https://www.forbes.com/sites/ewanspence/2019/12/22/interview-panos-panay-microsoft-devices-humble-family-leadership-team-surface-duo-surface-neo/। আহৰণ কৰা হৈছে: 2020-08-10.
- ↑ "Microsoft reorg places Surface evangelist Panos Panay as boss of Windows too – report" (en ভাষাত). www.theregister.com. https://www.theregister.com/2020/02/06/microsoft_organisational_changes_windows_and_surface_come_together_under_panos_panay/। আহৰণ কৰা হৈছে: 2020-08-10.