পাৰভেজ ৰব (১৯৬২/৬৩ – ১৯ অক্টোবৰ ২০১৯) বাংলাদেশৰ এজন সুৰকাৰ আৰু সঙ্গীত পৰিচালক আছিল। তেখেত মুঠ ৭৫ খন বাংলাদেশী চলচ্চিত্ৰৰ সঙ্গীত পৰিচালনা কৰিছিল।[1] ২০১৯ চনৰ ৫ ছেপ্টেম্বৰত ৫৬ বয়সত তেখেতৰ মৃত্যু হয়।[1][2][3]

পাৰভেজ ৰব
জন্ম ১৯৬২/৬৩
মৃত্যু ৫ ছেপ্টেম্বৰ ২০১৯ (বয়স ৫৬)
ৰাষ্ট্ৰীয়তা বাংলাদেশী
পেচা সুৰকাৰ, সঙ্গীত পৰিচালক

তথ্যসংগ্ৰহ সম্পাদনা কৰক