পাৰ্বতী
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
পাৰ্বতী হিমালয়ৰ পুত্ৰী আৰু ভগৱান শিৱৰ পত্নী। পাৰ্বতীৰ মাতৃৰ নাম মেনকা আছিল। উমা, গৌৰী, অম্বিকা, ভৱানী আদি নামেৰেও এওঁক জনা যায়। পাৰ্বতীৰ জন্মৰ বাৰ্তা শুনি নাৰদ হিমালয়ৰ ঘৰলৈ আহিছিল আৰু হিমালয়ৰ প্ৰশ্ন কৰাত কৈছিল যে পাৰ্বতী সৰ্ব সুলক্ষ্মীনি আৰু এওঁৰ বিবাহ ভগৱান শিৱৰ সৈতে হ’ব। কিন্তু মহাদেৱক পতিৰূপে পাবৰ বাবে পাৰ্বতীয়ে ঘোৰ তপস্যা কৰিব লাগিব। পূৰ্বজন্মত পাৰ্বতী দক্ষ প্ৰজাপতিৰ জীয়ৰী আছিল আৰু সেইজন্মতো তেওঁ ভগৱান শিৱৰ পত্নী আছিল। পাৰ্বতী হিন্দু ত্ৰিদেৱীসকলৰ মাজৰ এগৰাকী বুলিও সুপৰিচিত।
পাৰ্বতী দেৱী | |
---|---|
![]() পাৰ্বতী দেৱীৰ চিত্ৰ | |
অধিকাৰ | শক্তি |
দেৱনাগৰী | पार्वती |
গোত্ৰ | দেৱী |
অধিষ্ঠান | হিমালয়, কৈলাস |
দাম্পত্যসঙ্গী | শিৱ |
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত পাৰ্বতী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |